• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হামাছে কিয় নাকচ কৰিলে ইজৰাইলৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ? যুদ্ধ আৰু অধিক তীব্ৰতৰ হ’ব নেকি?

Nation NE by Nation NE
April 19, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলৰ ওপৰত বৃহৎ আক্ৰমণ হামাছৰ, বেঞ্জামিন নেতান্যায়াহুৰ নিৰ্দেশ- ‘শেষ কৰক’
Share on FacebookShare on TwitterWhatsApp

১৮ এপ্ৰিলত গাজা যুদ্ধবিৰতিৰ পুনৰ আলোচনাৰ বাবে ইজৰাইলৰ নতুন প্ৰচেষ্টাক নাকচ কৰে হামাছে।উল্লেখ্য যে, ১৭ এপ্ৰিলত ইজৰাইলৰ বিমান আক্ৰমণত কমেও ৪৩ জন পেলেষ্টাইনী নিহত হয়। এই নিহতসকলৰ ভিতৰত আছিল ভোগ বৰাকা পৰিয়ালৰ ১০ জন সদস্য।

৪৫ দিনৰ বাবে এই যুদ্ধবিৰতি অব্যাহত ৰাখিবলৈ ইজৰাইলে নতুন নতুন দাবী উত্থাপন কৰে, য’ত হামাছে ১০ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়াৰ লগতে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰাটোও এই দাবীৰ ভিতৰত অন্তৰ্ভূক্ত আছিল। কিন্তু ১৮ এপ্ৰিল, শুকুৰবাৰে হামাছে এই প্ৰস্তাৱ নাকচ কৰি ইয়াক “অসম্ভৱ চৰ্ত” বুলি অভিহিত কৰে।

শুকুৰবাৰে হামাছৰ মুখপাত্ৰই কয় যে, বেঞ্জামিন নেতান্যায়াহুৱে নিজৰ ৰাজনৈতিক এজেণ্ডা আগুৱাই নিয়াৰ বাবে আংশিক চুক্তি ব্যৱহাৰ কৰে। কিন্তু তেওঁলোকে এই নীতিৰ পক্ষ নলয়। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, হামাছে বিচাৰে যে পণবন্দীসকলৰ বিনিময়ত যুদ্ধ বন্ধ হওক, গাজা ষ্ট্ৰিপ দখল উঠাই লোৱা হওক আৰু পুনৰ্গঠন আৰম্ভ কৰাৰ লগতে ইজৰাইলৰ কাৰাগাৰত ৰখা পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়া হওক।

মধ্যস্থতাকাৰী ইজিপ্তই দুয়োৰে মাজত মধ্যস্থতা কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে কোনো সমাধান পোৱা নাই। হামাছ আৰু ইজৰাইলে ইজনে সিজনৰ দাবী নাকচ কৰি আহিছে। এতিয়া আগন্তুক দিনত কি হব চাব লাগিব।

ইফালে ইজৰাইলী সেনাই কয় যে, তেওঁলোকৰ সৈন্যই দক্ষিণ ৰাফা চহৰৰ ওচৰৰ শ্বাবুৰা আৰু টেল আল চুলতান অঞ্চলত আৰু উত্তৰ গাজাত গাজা চহৰৰ পূব দিশৰ এক বৃহৎ অঞ্চল নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। বিগত মাহত ইজৰাইলে দুমাহৰ যুদ্ধবিৰতিৰ অন্ত পেলাই হামাছৰ এক তৃতীয়াংশ দখল কৰিছে।

Tags: HamasIsraelWar

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025