• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 2, 2026
25 °c
Guwahati
26 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

Nation NE by Nation NE
April 2, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…
Share on FacebookShare on TwitterWhatsApp

চ’ত মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমাৰ দিনটোত হনুমান জয়ন্তী উৎসৱ পালন কৰা হয়। এই উৎসৱে ভক্তসকলৰ বাবে সুখ, ক্ষমতা, সমৃদ্ধিৰ দুৱাৰ মুকলি কৰে। আজিৰ দিনটোত ভক্তসকলে সম্পূৰ্ণ শ্ৰদ্ধা-ভক্তিৰে বজৰংগবলীক পূজা কৰে আৰু আজিৰ দিনটোত ব্ৰত পালন কৰে। ভগৱান হনুমানক পূজা কৰিলে ভক্তক তেওঁৰ আশীৰ্বাদ প্ৰদান কৰা হয় বুলি বিশ্বাস কৰা হয়। জীৱনৰ পৰা সকলো ভয় আঁতৰাই মানসিক শান্তিও প্ৰদান কৰে।

কিন্তু শাস্ত্ৰত ভগৱান হনুমানক পূজা কৰাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ নিয়মৰ ৰূপৰেখা দাঙি ধৰা হৈছে যিবোৰ পালন কৰিব লাগে। এই পৱিত্ৰ দিনটোত শুভ সময়, শুদ্ধ পদ্ধতি, পৰিহাৰ কৰিবলগীয়া কিছু ভুলৰ বিষয়ে জানো আহক-

ভগবান হনুমান হৈছে ‘ৰুদ্ৰ’ৰ অৱতাৰ। তেওঁক পূজা কৰোতে কিছমান নিয়ম মানি চলাটো অত্যন্ত জৰুৰী।

এই কিছু কাম দিনটোত নিষিদ্ধ বুলি গণ্য কৰা হয়-

  • হনুমানে ৰঙা আৰু হালধীয়া ৰং ভাল পায়। তেওঁক পূজা কৰাৰ সময়ত কেতিয়াও ক’লা বা বগা কাপোৰ পিন্ধিব নালাগে; ইয়াক অশুভ বুলি গণ্য কৰা হয়।
  • হনুমান জয়ন্তীৰ দিনা মাংস, মদ, পিয়াজ, হালধি পৰিহাৰ কৰিব লাগে। তেনে কৰিলে বজৰংগবলীৰ খং উঠিব পাৰে।
  • বজৰংগবলী পূজা কৰোতে সদায় সতেজ আৰু সুগন্ধি ফুল আগবঢ়াব লাগে। শুকান ফুল আগবঢ়ালে নেতিবাচকতা বৃদ্ধি পায়।
  • আপোনাৰ পূজা কক্ষত থকা হনুমানজীৰ মূৰ্তি যদি ভাঙি যায় তেন্তে পূজা নকৰিব। লগতে পূজাৰ সময়ত কাৰো প্ৰতি ক্ৰোধ বা ঘৃণা আশ্ৰয় দিব নালাগে।
  • ভগৱান হনুমানক পূজা কৰোতে সেই সময়ত পঞ্চমৃত ব্যৱহাৰ কৰিব নালাগে। বজৰংগবলীৰ পূজাত পঞ্চমৃত ব্যৱহাৰ কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়।

মহিলাসকলে এইসমূহ ক্ষেত্ৰত হ’ব লাগে সাৱধান-

  • মহিলাসকলে বজৰংগবলীৰ মূৰ্তিক পূজা কৰি থাকোঁতে মূৰ্তি স্পৰ্শ কৰিব নালাগে। কাৰণ হনুমানজীক ব্ৰহ্মচাৰী বুলি গণ্য কৰা হয় আৰু নাৰীক মাতৃ বুলি গণ্য কৰে।
  • হনুমানজীৰ পূজাৰ সময়ত মহিলাসকলে কাপোৰ, পৱিত্ৰ সূতা অৰ্পণ কৰিব নালাগে বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাবে পৰিয়ালৰ কোনো পুৰুষ সদস্যৰ সহায় ল’ব পাৰে।
  • হনুমানজীৰ পূজাৰ সময়ত মহিলাসকলে বজৰংগবান পাঠ কৰিব নালাগে। তেনে কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়।
  • এই দিনটোত ৰাতিপুৱা সোনকালে সাৰ পাই গা ধোৱাৰ পিছত ৰঙা বা হালধীয়া কাপোৰ পিন্ধিব লাগে। তদুপৰি বৈবাহিক জীৱন পালন কৰা উচিত।
  • বজৰংবলীৰ ৰুটি, লাড়ু, কলৰ খুবেই আকৰ্ষণ। সেয়েহে তেওঁৰ পূজাৰ সময়ত এইবোৰ অৰ্পণ কৰিব লাগে।
  • হনুমান জয়ন্তীৰ দিনা হনুমান চলিছা পাঠ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়।
  • হনুমান জয়ন্তীৰ দিনা ১০৮ টা তুলসী পাত লৈ তাত ৰাম নাম লিখি ভগৱান হনুমানক অৰ্পণ কৰক। তেনে কৰিলে অত্যন্ত শুভ ফল আহিব পাৰে।
Tags: HanumanReligionWorship

Related Posts

পাকিস্তানৰ মুখত মোক্ষম আঘাত এই মুছলমান দেশৰ, বন্ধ কৰিলে এই গুৰুত্বপূৰ্ণ সুবিধা
Top News

পাকিস্তানৰ মুখত মোক্ষম আঘাত এই মুছলমান দেশৰ, বন্ধ কৰিলে এই গুৰুত্বপূৰ্ণ সুবিধা

April 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 2, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

April 2, 2026
আমেৰিকালৈ মোক্ষম আঘাত ইৰাণৰ! মধ্যস্থতাৰ বাবে অমান্তি, ব্যক্ত কৰিলে নিজ পৰিকল্পনা
Top News

আমেৰিকালৈ মোক্ষম আঘাত ইৰাণৰ! মধ্যস্থতাৰ বাবে অমান্তি, ব্যক্ত কৰিলে নিজ পৰিকল্পনা

April 1, 2026
এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…
Top News

কিডনীৰ যথেষ্ট ক্ষতিসাধন কৰে এইসমূহ খাদ্যসামগ্ৰীয়ে; বিৰত থাকক, অন্যথা পৰিব বিপদত

April 1, 2026

শীৰ্ষ সংবাদ

পাকিস্তানৰ মুখত মোক্ষম আঘাত এই মুছলমান দেশৰ, বন্ধ কৰিলে এই গুৰুত্বপূৰ্ণ সুবিধা

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

আমেৰিকালৈ মোক্ষম আঘাত ইৰাণৰ! মধ্যস্থতাৰ বাবে অমান্তি, ব্যক্ত কৰিলে নিজ পৰিকল্পনা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025