• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোনে মাৰিব শেষ হাঁহি? অ’পিনিয়ন প’ল অনুসৰি হাৰিয়ানাত কোন দলে কিমান পাব আসন

Nation NE by Nation NE
August 22, 2024
in Top News, BIG BREAKING, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
কোনে মাৰিব শেষ হাঁহি? অ’পিনিয়ন প’ল অনুসৰি হাৰিয়ানাত কোন দলে কিমান পাব আসন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যখনত ৰাজনৈতিক দলসমূহে যুদ্ধ গতিত আৰম্ভ কৰিছে প্ৰস্তুতি। দলসমূহে নিৰ্বাচনী ৰণ জিনাৰ বাবে পৰিকল্পনা যুগুত কৰি থকাৰ সমান্তৰালকৈ নিৰ্বাচনী সমীক্ষাৰ ফলাফলো আহিবলৈ আৰম্ভ কৰিছে।

এটা ৰাষ্ট্ৰীয় টেলিভিচনত প্ৰকাশ পোৱা অ’পিনিয়ন প’লৰ সমীক্ষাত হাৰিয়ানাৰ সকলো ৰাজনৈতিক দলেই যেন সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত। ৰাজ্যখনত বিজেপি পুনৰ সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। আম আদমি পাৰ্টিয়েও নিজৰ খোপনি পুতিবলৈ সক্ষম হৈছে।

আনহাতে বিজয়ৰ দাবী কৰা কংগ্ৰেছৰ পৰিস্থিতি ৰাজ্যখনত খুউব এটা সন্তোষজনক নহয়।

অ’পিনিয়ন প’লৰ সমীক্ষা অনুসৰি, হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ-ই ৩৪ৰ পৰা ৩৯খন আসন লাভ কৰিব। ইফালে কংগ্ৰেছক দিছে ২৯ৰ পৰা ৩৪ খন আসন।

আনহাতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিক প্ৰদান কৰা হৈছে ৮ৰ পৰা ১৩খন আসন। ইয়াৰ উপৰি ইণ্ডিয়ান নেচনেল লোকদল আৰু বহুজন সমাজ পাৰ্টিকো কিছু আসন প্ৰদান কৰিছে।

উল্লেখ্যে যে, ৯০ খন আসন বিশিষ্ট হাৰিয়ানাত ২০১৯ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪০ খন আসন আৰু কংগ্ৰেছ দলে ৩১ খন আসনত জয়লাভ কৰিছিল।

চৰকাৰ বনাবলৈ মেজিক নম্বৰ লাভ নকৰাত বিজেপিয়ে ১০ খন আসনত জয় লাভ কৰা জেজেপিৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰিছিল।

২০১৯ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে ৩৬.৪৯ শতাংশ আৰু কংগ্ৰেছ দলে ২৮.০৬ শতাংশ ভোট লাভ কৰিছিল।

Tags: #CongressAssembly ElectionBJPHariyanaOpinion Poll

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025