• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 19, 2026
23 °c
Guwahati
23 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হৰ্ষিত ৰানাই ৰচিলে ইতিহাস; অভিষেক মেচত বিশেষ কৃতিত্ব গঢ়া প্ৰথমগৰাকী ভাৰতীয়

Nation NE by Nation NE
February 6, 2025
in Top News, ক্ৰীড়া
0 0
হৰ্ষিত ৰানাই ৰচিলে ইতিহাস; অভিষেক মেচত বিশেষ কৃতিত্ব গঢ়া প্ৰথমগৰাকী ভাৰতীয়
Share on FacebookShare on TwitterWhatsApp

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমখন এদিনীয়া মেচত হৰ্ষিত ৰানাই চমকপ্ৰদ প্ৰদৰ্শনেৰে বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। আজিৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ হোৱা নাগপুৰ এদিনীয়াত হৰ্ষিতক অভিষেক ঘটোৱাৰ সুযোগ দিছে ভাৰতে।

এই মেচখনত প্ৰথমে বেটিং কৰা ইংলেণ্ডৰ তিনিটা উইকেট দখল কৰে হৰ্ষিত ৰানাই।

নাগপুৰ এদিনীয়াত হৰ্ষিত ৰানাই ৰচিলে ইতিহাস। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰে অভিষেক মেচত তিনিটা বা তাতোকৈ অধিক উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৰানা।

ভাৰতে নাগপুৰ এদিনীয়াত ইংলেণ্ডক ২৪৮ ৰানত অলআউট কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ হৰ্ষিতে ৭ অভাৰত ৫৩ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে।

হৰ্ষিত ৰানাই অভিষেক টি-২০ মেচখনতো ইংলেণ্ডৰ বিৰুদ্ধে পুণেত ৩৩ ৰানত তিনিটা উইকেট লাভ কৰিছিল। আনহাতে অভিষেক টেষ্ট মেচতো তেওঁ তিনিটা উইকেট লাভ কৰিছিল। অলপতে অষ্ট্ৰেলিয়াৰ ভূমিত অনুষ্ঠিত হোৱা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ অভিষেক ঘটিছিল।

Tags: Debut MatchHarshit RanaIndia vs England

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026
শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025