• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 2, 2026
25 °c
Guwahati
27 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কঠোৰ ইউনুছ চৰকাৰ; হাছিনাক সমৰ্থন কৰা কেইবাগৰাকীও শিক্ষক-শিক্ষাৰ্থীক নিলম্বন

Nation NE by Nation NE
March 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কঠোৰ ইউনুছ চৰকাৰ; হাছিনাক সমৰ্থন কৰা কেইবাগৰাকীও শিক্ষক-শিক্ষাৰ্থীক নিলম্বন
Share on FacebookShare on TwitterWhatsApp

শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পিছৰে পৰা মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা বাংলাদেশ চৰকাৰে গ্ৰহণ কৰিছে আন এটা কঠোৰ সিদ্ধান্ত। বিগত বৰ্ষত শ্বেখ হাছিনাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত যিসকল শিক্ষকে আৱামি লীগ (শ্বেখ হাছিনাৰ দল)ক সমৰ্থন আগবঢ়াইছিল, সেইসকল লোকক ইউনুছ চৰকাৰে নিলম্বন কৰিছে।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি বাংলাদেশ চৰকাৰে সৰ্বমুঠ ৫০ গৰাকী শিক্ষকক নিলম্বন কৰিছে।

উল্লেখ্য যে, ২০২৪ চনত শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত আৱামি লীগক সমৰ্থন কৰাৰ অভিযোগত বহু শিক্ষকক ক্লাছ কৰাত বাধা প্ৰদান কৰা হৈছিল। এই কাৰ্যৰ পিছত অভিযুক্ত শিক্ষকসকলে বহু সমস্যাৰ সন্মুখীন হৈছে।

অভিযুক্ত শিক্ষকসকলৰ বিৰুদ্ধে বিশ্ববিদ্যালয় প্ৰশাসনে এখন তদন্ত সমিতি গঠন কৰিছিল। কিন্তু বহু মাহ উকলি যোৱাৰ পিছতো পাঠদান কৰিব পৰা নাই শিক্ষকসকলে। এতিয়া খবৰ আহিছে যে প্ৰায় ৫০ গৰাকী শিক্ষকক নিলম্বন কৰা হৈছে।

দাবী কৰা হৈছে যে বাংলাদেশত মহম্মদ ইউনুছ ক্ষমতালৈ অহাৰ পিছত দেশৰ বহু বিশ্ববিদ্যালয়ত বহু শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক নিলম্বন কৰা হৈছে।

ইফালে হাছিনা চৰকাৰৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ সময়ত প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগত ঢাকা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১২৮গৰাকী শিক্ষাৰ্থীক নিলম্বন কৰিছে। নিলম্বনৰ সন্মুখীন হোৱা অধিকাংশ শিক্ষাৰ্থীয়ে হৈছে আৱামি লীগৰ ছাত্ৰ সংগঠন বাংলাদেশ ছাত্ৰ লীগৰ। ২০২৪ চনৰ অক্টোবৰত ইউনুছ চৰকাৰে বাংলাদেশ ছাত্ৰ লীগক সন্ত্ৰাসবাদ বিৰোধী অধিনিয়মৰ অধীনত নিষিদ্ধ কৰিছিল।

উল্লেখ্য যে, হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশৰ ইউনুছ চৰকাৰৰ বিৰুদ্ধে হাছিনাৰ সমৰ্থক সকলক দমন কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। হাছিনা চৰকাৰৰ পতনৰ পিছত আৱামি লীগৰ বহু নেতা হত্যাৰ বলি হোৱা বুলিও বিভিন্ন সময়ত বাতৰি প্ৰকাশ পাই আহিছে।

Tags: BangladeshMohammad YunusSheikh Hasina

Related Posts

মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ‘তালৱাৰ বাবা’; তৰোৱাল লৈ এইদৰেই জনসাধাৰণক শোষণ
Top News

April 2, 2026
নিজৰ খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক নহৰু, পুৰুষৰ বাবে কিয় উপযোগী এইবিধ খাদ্য

পাকিস্তানৰ মুখত মোক্ষম আঘাত এই মুছলমান দেশৰ, বন্ধ কৰিলে এই গুৰুত্বপূৰ্ণ সুবিধা

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025