• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ বিৰুদ্ধে ৪ কোটি টকাৰ জৰিমনা

Nation NE by Nation NE
July 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ বিৰুদ্ধে ৪ কোটি টকাৰ জৰিমনা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২০২৩ চনৰ অন্তৱৰ্তীকালীন আদেশ অমান্য কৰাৰ বাবে সোমবাৰে বোম্বে উচ্চ ন্যায়ালয়ে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ বিৰুদ্ধে ৪ কোটি টকাৰ জৰিমনা বিহিছে।

এই নিৰ্দেশত মংগলম অৰ্গেনিকছ লিমিটেডে দাখিল কৰা ‘ট্ৰেডমাৰ্ক’ উলংঘাৰ গোচৰৰ সম্পৰ্কত পতঞ্জলিক কৰ্পূৰ সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হয়।

ন্যায়াধীশ আৰ আই চাগলাৰ একক বিচাৰপীঠে কয় যে পতঞ্জলিয়ে “ইচ্ছাকৃতভাৱে” আদালতৰ নিৰ্দেশ উলংঘা কৰাটো স্পষ্ট হৈ পৰিছে।

আদালতৰ স্থগিতাদেশৰ পাছতো পতঞ্জলিৰ বিৰুদ্ধে কৰ্পূৰ সামগ্ৰী বিক্ৰী কৰাৰ বাবে অৱমাননামূলক ব্যৱস্থা বিচৰা মংগলম অৰ্গেনিকছ লিমিটেডে দাখিল কৰা আবেদন বিচাৰপীঠে নিষ্পত্তি কৰে।

ন্যায়াধীশ চাগলাই পতঞ্জলিক দুসপ্তাহত ৪ কোটি টকা জমা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিতে আদালতে কোম্পানীটোক ৫০ লাখ টকা জমা কৰিবলৈ নিৰ্দেশ দিছিল।

মংগলম অৰ্গেনিকছে পতঞ্জলিৰ বিৰুদ্ধে তেওঁলোকৰ কৰ্পূৰ সামগ্ৰীৰ ‘কপিৰাইট’ উলংঘাৰ অভিযোগ উত্থাপন কৰিছিল। পিছত মংগলম অৰ্গেনিকছে পতঞ্জলিয়ে অন্তৱৰ্তীকালীন আদেশ উলংঘা কৰি কৰ্পূৰ সামগ্ৰী বিক্ৰী কৰা বুলি দাবী কৰি আবেদন দাখিল কৰে।

Tags: Bombay High CourtHigh CourtPatanjaliTrademark Infringement Case

Related Posts

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ
Top News

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026

শীৰ্ষ সংবাদ

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025