• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গৰমৰ পৰা ৰক্ষা পাবলৈ আপুনিও বাৰু নাৰিকলৰ পানী সেৱন কৰেনে? জানো আহক ইয়াৰ উপকাৰিতাৰ বিষয়ে…

Nation NE by Nation NE
March 29, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গৰমৰ পৰা ৰক্ষা পাবলৈ আপুনিও বাৰু নাৰিকলৰ পানী সেৱন কৰেনে? জানো আহক ইয়াৰ উপকাৰিতাৰ বিষয়ে…
Share on FacebookShare on TwitterWhatsApp

প্ৰায় সংখ্যক লোকে চুলিৰ যত্ন ল’বৰ বাবে নাৰিকল তেল ব্যৱহাৰ কৰে । ছালৰ শুকান হোৱা সমস্যা দূৰ কৰিবলৈও বহু লোকে নাৰিকলৰ তেল ব্যৱহাৰ কৰা হয়। বিশেষজ্ঞসকলৰ মতে, কেৱল নাৰিকলৰ তেলেই নহয়, ইয়াৰ পানীও চুলি আৰু ছালৰ বাবে অতি উপকাৰী।

নাৰিকলৰ পানী অতি স্বাস্থ্যকৰ পানীয়। নাৰিকলৰ পানী পুষ্টিকৰ উপাদানৰে সমৃদ্ধ। দৈনিক ইয়াক সেৱন কৰিলে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়।

নাৰিকলৰ পানীত পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম আদি ইলেক্ট্ৰলাইটৰ এক উৎকৃষ্ট উৎস থাকে। এই খনিজ পদাৰ্থবোৰে শৰীৰত তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, যি হাইড্ৰেচনৰ বাবে অতিকৈ প্ৰয়োজনীয়।

দৈনিক নাৰিকলৰ পানী সেৱন কৰিলে শৰীৰত কি প্ৰভাৱ পৰিব জানো আহক-

  • নাৰিকলৰ পানীত হাইড্ৰেচনৰ প্ৰাকৃতিক উৎস আৰু ই ঘামৰ ফলত হেৰুওৱা তৰল পদাৰ্থ পুনৰ ঘূৰাই অনাত সহায় কৰে। চেনিযুক্ত বা উচ্চ কেলৰিযুক্ত পানীয়ৰ সলনি ই এক উৎকৃষ্ট বিকল্প, যিয়ে পানীৰ পিয়াহ কম কৰাত অৰিহণা যোগাব পাৰে।
  • নাৰিকলৰ পানীয়ে বৃক্কৰ পাথৰ কমাব পাৰে। দৈনিক নাৰিকলৰ পানী সেৱন কৰিলে শৰীৰত শক্তি বৰ্তি থাকে আৰু লগতে ই কিডনীত পাথৰ সৃষ্টি হোৱাত বাধা দিয়ে। নাৰিকল পানীৰ হাইড্ৰেটিং গুণ ছালৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে, ই যৌৱনকাল বজাই ৰখাত সহায় কৰে।
  • নিয়মীয়াকৈ নাৰিকলৰ পানী খালে ই মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে আৰু হজম আৰু বিপাক উন্নত কৰে। যাৰ ফলত দেহত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে। ডাব নাৰিকলে ডিটক্সিঙতো সহায় কৰে।
  • নাৰিকল পানীত থকা ট্ৰাইগ্লিচাৰাইডে হৃদৰোগৰ আশংকা কমাই আৰু কলেষ্টেৰ’লৰ পৰিমাণ নিয়ন্ত্ৰণত সহায়ক হয়। নাৰিকলত প্ৰাকৃতিক বেক্টেৰিয়া বিৰোধী, ভাইৰাছ বিৰোধী আৰু ফাংগাছ বিৰোধী গুণ আছে, যিয়ে ইমিউন ছিষ্টেমক মজবুত কৰাত সহায় কৰে।
  • নাৰিকল পানী ৰক্তহীনতা দূৰ কৰাৰ বাবে উপকাৰী। ই দেহৰ ভিটামিন ,আইৰন,হিম’গ্লবিন,কেলচিয়াম আদি পোষক দ্ৰব্যৰ অভাৱো দুৰ কৰে।
Tags: COCONUT WATERHealthHealthy life

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025