• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
21 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছালৰ সৈতে জড়িত সমস্যা নাইকীয়া কৰিবলৈ উপকাৰী হয় এই ফল, জানক ইয়াৰ উপকাৰীতা

Nation NE by Nation NE
April 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ছালৰ সৈতে জড়িত সমস্যা নাইকীয়া কৰিবলৈ উপকাৰী হয় এই ফল, জানক ইয়াৰ উপকাৰীতা
Share on FacebookShare on TwitterWhatsApp

আমাৰ ছালৰ বাবে কল অতি উপকাৰী। কলত এনেধৰণৰ উপাদান থাকে, যিয়ে ছালখনক প্ৰাকৃতিকভাৱে সুন্দৰ কৰি তোলে। কলত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। ইয়াত পটাছিয়াম, কেলচিয়াম আৰু জিংক আদি মৌলও থাকে। কলত উন্নত পৰিমাণৰ এন্টি-অক্সিডেন্টো পোৱা যায়। ই ছালৰ কোষ পৰিষ্কাৰ কৰি মুখখন উজ্জ্বল কৰি তোলাৰ লগতে ছালৰ লগত জড়িত বহু সমস্যাৰ পৰাও সকাহ দিয়ে।

কল ছালৰ বাবে এক আশীৰ্বাদ। বহু বস্তুৰ লগত কল মিহলাই ফেচ পেক বনাব পাৰি। কলৰ ফেচ পেক লগালে ছালৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। গতিকে কলৰ পৰা ফেচ পেক বনোৱাৰ সহজ উপায় জানো আহক-

  • যদি আপোনাৰ ছালখন তেলীয়া হয়, তেন্তে কলৰ লগত অমিতা, তিয়ঁহ আৰু দৈ মিহলাই তৈয়াৰ কৰা ফেচ পেক লগাব লাগে। ইয়াৰ ফলত ছাল তেলমুক্ত হয়। মুখখন পৰিষ্কাৰ আৰু উজ্জ্বল হৈ পৰে। অমিতা, তিয়ঁহ আৰু দৈৰ ফেচ পেক বনাবলৈ ২৫ গ্ৰাম অমিতা আৰু ২৫ গ্ৰাম তিয়ঁহ ১০০ গ্ৰাম দৈ মিহলাই ল’ব লাগিব। তাৰপিছত ফেচ পেকটো ১৫-২০ মিনিটৰ বাবে মুখত লগাব লাগিব। তাৰ পিছত পৰিষ্কাৰ পানীৰে মুখখন ধুব লাগে।
  • নাৰিকল তেল আৰু মৌৰ লগত কল মিহলাই ফেচ পেক তৈয়াৰ কৰা হয়। মৌৱে ছালখন উজ্জ্বল কৰি তোলে আৰু নাৰিকল তেলে ছালখন আৰ্দ্ৰ কৰি তোলে। এই ফেচ পেকটো মুখত ১৫-২০ মিনিট লগালে ছালখন জিলিকি উঠে আৰু ইয়াৰ শুকানতা নাইকিয়া হয়।
  • নিম আৰু হালধীত বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে। যাৰ ফলত মুখৰ ক্ষতি কৰা বেক্টেৰিয়াবোৰ নাইকিয়া হয়। কলৰ পেষ্টত এচামুচ হালধী আৰু এচামুচ নিম পাউদাৰ ভালদৰে মিহলাই ল’ব লাগিব। এই ফেচ পেকটো মুখত লগাব লাগে। ২০ মিনিট ৰাখি তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুব লাগিব। এই ফেচ পেক লগালে পিম্পলৰ সমস্যা নাইকিয়া হয়।
  • কলৰ লগত কিছু দৈ মিহলাই পেষ্ট বনাই লব লাগিব। ছালৰ বাবেও দৈ উপকাৰী। দৈ-কলৰ ফেচ পেকৰ সহায়ত ছালৰ বলিৰেখাবোৰ নাইকিয়া হৈ ছালখন কোমল হৈ জিলিকিবলৈ আৰম্ভ কৰে। এই ফেচ পেকটো মুখ আৰু ডিঙিত ২০ মিনিট ৰাখি তাৰ পিছত কুহুমীয়া পানীৰে ধুব লাগে। ইয়াৰ ফলত ছাল মসৃণ হয়।
Tags: HealthMedicalskin

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025