• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 14, 2025
29 °c
Guwahati
27 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    পঞ্চায়ত নিৰ্বাচন ২০২৫: কোন জিলাত কাৰ অগ্ৰগতি, সকলো আপডেট….

    আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্ধাৰণ হ’ব প্ৰাৰ্থীৰ ভাগ্য

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      গ্ৰীষ্মকালত শৰীৰক পুষ্টি প্ৰদান কৰিবলৈ গ্ৰহণ কৰক এইসমূহ খাদ্য…

      Nation NE by Nation NE
      May 14, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Share on FacebookShare on TwitterWhatsApp

      স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গ্ৰীষ্মকাল অতি সংবেদনশীল। শৰীৰত পানীৰ অভাৱৰ লগতে খাদ্যৰ প্ৰতি অসাৱধানতাও মানুহক অসুস্থ কৰি তোলে। বেছিভাগে পেটৰ লগত জড়িত ৰোগ গ্ৰীষ্মকালতেই দেখা দিয়ে।

      এনে পৰিস্থিতিত গোটেই দিনটো শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে যিমান পাৰি, যিমান আঁহযুক্ত খাদ্য খোৱাটো অতি দৰকাৰ। গৰমৰ দিনত দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা আঁহযুক্ত খাদ্যৰ বিষয়ে জানো আহক-

      • বাদাম

      গৰমৰ দিনত যেতিয়াই ভোক লাগে তেতিয়াই যিকোনো বস্তু খোৱাৰ পৰিৱৰ্তে বাদাম খোৱাটো অতি উপকাৰী। ইয়াৰ ভিতৰত আলমণ্ড, আখৰোট, পিষ্টাচিয়া আৰু বাদাম আদি অন্তৰ্ভুক্ত।ইয়াত আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়।

      • গোটা ঘেঁহু

      বেছিভাগ গোটা শস্যতে প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াৰ ভিতৰত ঘেঁহু, যৱ, ব্ৰাউন ৰাইচ, অটচ, বজৰা আদি অন্তৰ্ভুক্ত।ইয়াৰ লগতে গোটা শস্যতো প্ৰচুৰ পৰিমাণে ভিটামিন, প্ৰটিন, আৰু পুষ্টিও থাকে।

      • নাৰিকল

      নাৰিকলত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যিটো পেটৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। নাৰিকল তেলৰ শীতল প্ৰভাৱৰ বাবে গৰমৰ দিনত পেটত তাপ বৃদ্ধি হোৱাত বাধা দিয়ে।

      • কল

      ফলৰ ভিতৰত কল বেছিভাগৰে প্ৰিয়। এয়া এক শক্তিশালী ফল। কলত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যিয়ে পাচন শক্তি ভালদৰে ৰখাত অতি সহায়ক।

      • চিয়া বীজ

      আঁহযুক্ত চিয়া বীজক ছুপাৰফুড বুলিও কোৱা হয়। ইয়াত বেছিভাগ পুষ্টিকৰ উপাদান থাকে। চিয়া গুটি তিয়াই থোৱাৰ পিছত খালে অধিক উপকাৰ হয়। ওজন কমোৱাতো সহায় কৰে।

      Related Posts

      দিল্লী কেপিটেলছত চুক্তিবদ্ধ হ’ল বাংলাদেশৰ এগৰাকী ক্ৰিকেটাৰ
      Top News

      দিল্লী কেপিটেলছত চুক্তিবদ্ধ হ’ল বাংলাদেশৰ এগৰাকী ক্ৰিকেটাৰ

      May 14, 2025
      প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!
      Top News

      তুৰ্কিত পুটিনৰ সৈতে আলোচনাৰ পূৰ্বে ইউক্ৰেইনৰ কাণ্ড, যুদ্ধবিৰতিত ১২৪০ জন ৰাছিয়ান সৈনিকৰ প্ৰাণহানি

      May 14, 2025
      পাকিস্তানক সমৰ্থনৰ ফল ভুগিব তুৰ্কীয়ে! ভাৰত চৰকাৰে লব এক্সন
      Top News

      পাকিস্তানক সমৰ্থনৰ ফল ভুগিব তুৰ্কীয়ে! ভাৰত চৰকাৰে লব এক্সন

      May 14, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      অসম

      আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

      May 14, 2025
      সুৰাপানে বিপদ ঘটাব পাৰে আপোনাৰ! সুৰা সেৱন কৰি প্ৰাণ গল ১৪ জনৰ, কিন্তু কিয়?
      Top News

      সুৰাপানে বিপদ ঘটাব পাৰে আপোনাৰ! সুৰা সেৱন কৰি প্ৰাণ গল ১৪ জনৰ, কিন্তু কিয়?

      May 14, 2025
      প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য
      Top News

      প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

      May 13, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist