• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, August 1, 2025
29 °c
Guwahati
28 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

    একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

    দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

    বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰাতিপুৱা খালী পেটত কি কি খাদ্যগ্ৰহণ কৰিব নালাগে জানো আহক

      Nation NE by Nation NE
      July 31, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      শৰীৰৰ পৰা হাই কলেষ্টেৰ’ল নোহোৱা কৰিবলৈ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক এই খাদ্য
      Share on FacebookShare on TwitterWhatsApp

      বহু সময়ত আমি ব্যস্ততাত আৱদ্ধ হৈ থাকিব লগা হয়। ভুল সময়ত সঠিক খাদ্য খোৱাটোৱে আমাৰ পেটত বহুত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। একেদৰে দিনটোৰ আৰম্ভণিতে সঠিক খাদ্যৰ বাছনিৰে কৰাটো গুৰুত্বপূৰ্ণ।

      ৰাতিপুৱা খালী পেটত কি কি খাদ্যগ্ৰহণ কৰিব নালাগে জানো আহক-

      কল

      ৰাতিপুৱা খালী পেটত কল খালে ই কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে বুলি কোৱা হয়। কিয়নো ইয়াত বিভিন্ন ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। তথাপিও কলে ইয়াৰ উপকাৰিতাৰ তুলনাত অধিক অসুবিধাৰহে সৃষ্টি কৰিব পাৰে। কলত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম আৰু পটাছিয়াম থাকে, যি খালী পেটত খালে তেজত মেগনেছিয়াম আৰু পটাছিয়ামৰ ভাৰসাম্যহীনতা সৃষ্টি কৰিব পাৰে।

      কফি

      খালী পেটত কফি খালে শৰীৰত এচিডিটিৰ মাত্ৰা বৃদ্ধি পায়। এই সোৱাদযুক্ত পানীয়ৰ বাবেই দিনটোৰ বদহজম আৰু হৃদস্পন্দন অনুভৱ কৰিব পাৰে। গতিকে ৰাতিপুৱাৰ লগে লগে কফি খোৱাৰ আগতে কিবা এটা খোৱাটোৱেই উত্তম।

      দৈ

      দৈ প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থৰ শক্তিশালী স্থান। বহু ভাৰতীয় ঘৰত ইয়াক নিয়মিতভাৱে সেৱন কৰা হয়। ঘৰতে বনোৱা দৈয়েই হওক বা দোকানৰ পৰা কিনা দৈয়েই হওক, খালী পেটত ইয়াক ৰখাৰ পৰা বিৰত থাকিব লাগে কাৰণ ইয়াত লেক্টিক এচিড থাকে। খালী পেটত গ্ৰহণ কৰিলে পেটত থকা এচিডৰ বাবে লেক্টিক এচিড বেক্টেৰিয়াই আপোনাক যথেষ্ট অপকাৰ কৰে। গতিকে ইয়াক চাপতি, ফলমূল আদি পুষ্টিকৰ খাদ্যৰ লগত খালে ভাল।

      বিলাহী

      বিলাহীত টেনিক এচিড থাকে, যিয়ে গেষ্ট্ৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি পেটৰ বিষ আৰু অস্বস্তিৰ সৃষ্টি কৰে বুলি জনা যায়। সেয়েহে বিলাহী দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত চালাডত খোৱাটোৱেই উত্তম।

      কেঁচা সেউজীয়া শাক-পাচলি

      কেঁচা সেউজীয়া শাক-পাচলি অদ্ৰৱণীয় আঁহৰ সমৃদ্ধ উৎস ৰাতিপুৱা  খালী পেটত বৃহৎ পৰিমাণে খালে বদহজম, পেট ফুলা, কোষ্ঠকাঠিন্য আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

      Tags: Health BenefitHealth careMedical

      Related Posts

      খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…
      Top News

      August 1, 2025
      একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?
      Top News

      একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

      August 1, 2025
      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মণ্ডলৰ চূড়ান্ত তালিকা প্ৰস্তুত নিৰ্বাচন আয়োগৰ

      বিপদৰ মাজতো জীৱন বিপন্ন কৰি বনাইছে ৰীল, ৭ জনক গ্ৰেপ্তাৰ

      লেনদেনৰ ক্ষেত্ৰত আজিৰে পৰা সমগ্ৰ দেশত গুৰুত্বপূৰ্ণ পৰিবৰ্তন…
      Top News

      লেনদেনৰ ক্ষেত্ৰত আজিৰে পৰা সমগ্ৰ দেশত গুৰুত্বপূৰ্ণ পৰিবৰ্তন…

      August 1, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      August 1, 2025

      শীৰ্ষ সংবাদ

      খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

      একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মণ্ডলৰ চূড়ান্ত তালিকা প্ৰস্তুত নিৰ্বাচন আয়োগৰ

      বিপদৰ মাজতো জীৱন বিপন্ন কৰি বনাইছে ৰীল, ৭ জনক গ্ৰেপ্তাৰ

      লেনদেনৰ ক্ষেত্ৰত আজিৰে পৰা সমগ্ৰ দেশত গুৰুত্বপূৰ্ণ পৰিবৰ্তন…

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist