• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নতুন সংকট HKU-5-CoV-2 ভাইৰাছ ! সৃষ্টি কৰিব নেকি ক’ৰোনাৰ দৰে ভাবুকিৰ?

Nation NE by Nation NE
February 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নতুন সংকট HKU-5-CoV-2 ভাইৰাছ ! সৃষ্টি কৰিব নেকি ক’ৰোনাৰ দৰে ভাবুকিৰ?
Share on FacebookShare on TwitterWhatsApp

চীনৰ বিজ্ঞানীসকলে নতুনকৈ HKU-5 CoV-2 ভাইৰাছৰ আৱিষ্কাৰ কৰিছে। এই ভাইৰাছ বাদুলিত পোৱা যায় আৰু ইয়াৰ পৰা মানুহৰ দেহলৈও বিয়পিব পাৰে। চীনত ক’ৰোনা ভাইৰাছ আহি পোৱাৰ পিছৰে পৰা বিপদৰ সৃষ্টি হৈছে।

এই ভাইৰাছটোও Covid ৰ দৰে বিয়পিব পাৰে বুলি আশংকা কৰা হৈছে, কিন্তু HKU-5-CoV-2 নতুন ভাইৰাছ নেকি আৰু ই ক’ৰোনাৰ দৰে ভাবুকিৰ সৃষ্টি কৰিবনে এই বিষয়ে আমি বিশেষজ্ঞসকলৰ পৰা জানো আহক-

HKU-5-CoV-2 এবিধ কৰ’না ভাইৰাছ, যি SARS-CoV-2 ৰ পৰা সামান্য পৃথক। HKU-5-CoV-2 ৰ জিন SARS-CoV-2তকৈ কিছু বেলেগ, কিন্তু ই এক প্ৰকাৰে কৰ’না ভাইৰাছৰেই প্ৰজাতি। এইটো কোনো নতুন ভাইৰাছ নহয়। ইয়াৰ লক্ষণসমূহ ক’ৰ’নাতকৈ কম গুৰুতৰ।

HKU-5-CoV-2 ৰ প্ৰতিৰোধ ক্ষমতা Covid তকৈ বেলেগ হব পাৰে, যিহেতু ই Covid ৰ এটা প্ৰজাতি, ইয়াৰ লক্ষণ Covid ৰ লগত কিছু মিল থকাৰ সম্ভাৱনা আছে। Covid ৰ দৰে এই ভাইৰাছটোও মানুহৰ কোষত প্ৰৱেশ কৰে।

বিজ্ঞানী ডাঃ যুগল কিশোৰে কয় যে, HKU-5-CoV-2 ৰ মানুহৰ সংক্ৰমণৰ কোনো ঘটনা এতিয়ালৈকে হোৱা নাই। এই ভাইৰাছক চিনাক্ত কৰা হৈছেহে মাথো। সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে ভাইৰাছৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে। লগতে তেওঁ কয় যে, যিহেতু এইটো Covid ৰ এটা ষ্ট্ৰেইন, গতিকে আতংকিত হোৱাৰ কোনো  প্ৰয়োজন নাই। কিন্তু তথাপিও ভাইৰাছটোক নিৰীক্ষণ কৰিব লাগিব আৰু যদি কোনো অঞ্চলত ফ্লুৰ লক্ষণ থকা ৰোগীৰ সংখ্যা বাঢ়ে, তেন্তে তাতেই এই ভাইৰাছৰ পৰীক্ষা কৰিব লাগিব৷

ডাঃ কিশোৰে কয় যে, যদি ই Covid ৰ নতুন ষ্ট্ৰেইন হয়, তেন্তে ইয়াৰ বিয়পি পৰাৰ ধৰণো একেধৰণৰ হ’ব পাৰে। ই সংক্ৰমিত প্ৰাণী যেনে- বাদুলিৰ যোগেদি আৰু আক্ৰান্ত মানুহৰ কাহ বা হাঁচিৰ যোগেদি বিয়পিব পাৰে।

HKU-5-CoV-2 ৰ লক্ষণসমূহ-

  • কাহ আৰু চৰ্দি
  • শ্বাস-প্ৰশ্বাসজনিত অসুবিধা
  • শৰীৰৰ তীব্ৰ বিষ
  • তীব্ৰ মূৰৰ বিষ

কিদৰে নিজকে কেনেকৈ ৰক্ষা কৰিব-

  • পৰিষ্কাৰ- পৰিচ্ছন্নতা
  • যি অঞ্চলত ভাইৰাছ সংক্ৰমণৰ আশংকা থাকে, সেই অঞ্চললৈ যাব নালাগে
  • জীৱ-জন্তুৰ (বাদুলিৰ) সংস্পৰ্শ এৰিব লাগে
  • খাদ্যৰ যত্ন লোৱা উচিত
Tags: HKU-5-CoV-2Virus

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025