• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
22 ° Sat
20 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মোৰ কলিজা সৰু নহয়, মই ভয় নাখাও, উচ্ছেদ হ’বই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

'উচ্ছেদক লৈ মই ৰাজনীতি কৰিব বিচৰা নাই'

Nation NE by Nation NE
August 9, 2025
in Top News, অসম
0 0
মোৰ কলিজা সৰু নহয়, মই ভয় নাখাও, উচ্ছেদ হ’বই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Share on FacebookShare on TwitterWhatsApp

দুৰ্গা পূজাৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া বিটিআৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলা বিজেপিৰ উদ্যোগত বাক্সাৰ বাগানপাৰাত অনুষ্ঠিত বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশ লয়।

বাগানপাৰাত অনুষ্ঠিত বিজয় সংকল্প সভাত উপস্থিত থাকি সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘বিপিএফ, ইউপিপিএল আৰু অঞ্জলি দৈমাৰীৰ এপিবি একত্ৰিত হ’লে খুব ভাল হয়, মই ভাল পাও।’

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মিঞা প্ৰসংগ উত্থাপন কৰি মিঞাসকলক ন-অসমীয়া আখ্যা দিয়া প্ৰসংগত মন্তব্য কৰি কয় মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘অসমীয়াৰ কাৰণে আমাৰ ঠাই নাই, ন-অসমীয়ক ক’ত জাগা দিম। গৌৰৱ গগৈয়ে ন-অসমীয়াক ৰাহুল গান্ধীৰ ঘৰত থব।’

ইফালে ভিচিডিচি ব্যৱস্থাটোৰ পৰিবৰ্তন হ’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ব্যৱস্থাটো ঠিক নহয়। আমাৰ মানুহো তাত আছে। কিন্তু ব্যৱস্থাটোৰ পৰিবৰ্তন কৰিব বিচাৰিছো।’

কালিৰ দিনটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কা’ আইনৰ অধীনত অসম চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দিয়া নিৰ্দেশনাৰ বিৰুদ্ধে কৰা প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে AJYCP য়ে মোক সুধিলে মই ফোনত কৈ দিলোহেঁতেন। কিন্তু তেওঁলোকে নিজাকৈ আন্দোলন কৰিছে আমাৰ ক’বলগীয়া নাই।

আনহাতে ৰাজ্যজুৰি চলি থকা উচ্ছেদ প্ৰসংগত তেওঁ কয়, ‘বিটিআৰৰ উচ্ছেদ সন্দৰ্ভত মই এতিয়াই একো নকওঁ। এতিয়া নিৰ্বাচন আহিছে। উচ্ছেদক লৈ মই ৰাজনীতি কৰিব বিচৰা নাই।’

বিজেপিয়ে শান্তি-সম্প্ৰীতি ৰক্ষা নকৰা বুলি ইউপিপিএলে কৰা মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে মই কাৰো বিৰোধিতা কৰা নাই। আজি পৰ্যন্ত মই বিপিএফ বা ইউপিপিএলৰ বিৰুদ্ধে এটা কথাও কোৱা নাই। আনকি আজিলৈ মই প্ৰাক্তন মুখ্যমন্ত্ৰীকো সমালোচনা কৰা নাই।

নগাৰ মাটি উচ্ছেদ প্ৰসংগত যুক্তি দি গৈ মুখ্যমন্ত্ৰীয়ে কয় ‘মোৰ কলিজা সৰু নহয়। মই ভয় নাখাও। মোক ভয় খুৱাব বিচাৰি আছে নেকি? উচ্ছেদ হ’বই। মইয়ো মাৰ গাখীৰ খাই ডাঙৰ হোৱা।’

বাগানপাৰাত অনুষ্ঠিত এই বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, জিলাখনৰ তত্বাৱধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন কেইভাজনো শীৰ্ষ নেতা-কৰ্মী।

Tags: BaksaBJPBTRHimanta Biswa Sarma

Related Posts

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026
শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

March 18, 2026

শীৰ্ষ সংবাদ

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025