• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 29, 2026
20 °c
Guwahati
20 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিন ঘোষণা…

Nation NE by Nation NE
December 4, 2024
in Top News, অসম, ৰাজনীতি
0 0
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিন ঘোষণা…
Share on FacebookShare on TwitterWhatsApp

অহা ৭ ডিচেম্বৰত সম্প্ৰসাৰণ হ’ব অসম মন্ত্ৰীসভাৰ। এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰী কেইজনে সেই দিনটোতে দিনৰ ১২ বজাত ৰাজভৱনত শপত ল’ব।

অৱশ্যে নতুনকৈ কিমানজনক মন্ত্ৰীসভাত স্থান দিয়ে আৰু কোন বিধায়কে মন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিব সেয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী শৰ্মা।

আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি এই কথা ৰাজহুৱা কৰে।

উল্লেখ্য যে, অসমত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনৰ পূৰ্বৰে পৰা অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কেতিয়া হ’ব তাৰ চৰ্চা চলি আছিল। এই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাক সাংবাদিকে কেইবাবাৰো প্ৰশ্ন কৰিছিল যদিও তেওঁ প্ৰতিবাৰেই কেন্দ্ৰ চৰকাৰৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ’ব বুলি উল্লেখ কৰিছিল।

কিন্তু আজি সংবাদমেলযোগে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিন ঘোষণা কৰাৰ লগে লগে এতিয়া বিজেপিৰ লগতে তেওঁলোকৰ সহযোগী দল অগপ আৰু ইউ পি পি এল দলৰ মাজতো এই বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

ইফালে হিমন্ত মন্ত্ৰীসভাত কেৱল বিজেপিৰ বিধায়ককহে অন্তৰ্ভুক্ত কৰা হ’ব নে সহযোগী দলৰ আন কোনো বিধায়ককো স্থান দিয়ে সেয়া দুই এদিনৰ ভিতৰতে স্পষ্ট হৈ পৰিব।

জানিব পৰা অনুসৰি বৰাকৰ পৰা এজন বিধায়কে মন্ত্ৰীসভাত স্থান পোৱাটো প্ৰায় নিশ্চিত।

Tags: Assam CabinetCabinet expansionHimanta Biswa SarmaMinstry

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025