১৭৪৮- ফ্ৰান্স আৰু অষ্ট্ৰিয়াৰ মাজত দক্ষিণ হলণ্ড সম্পৰ্কে চুক্তি স্বাক্ষৰিত হৈছিল।
১৯০৪- আজিৰ দিনটোতে দিল্লী আৰু মুম্বাইৰ মাজত ক্ৰছ কান্টি মটৰকাৰ ৰেলী উদ্বোধন কৰা হৈছিল।
১৯২৫- তুৰস্কত গ্ৰেগৰিয়ান কেলেণ্ডাৰ গ্ৰহণ কৰা হয়।
১৯৭৭- ছোভিয়েট ইউনিয়নে পূৱ-কাজাখস্তানত পাৰমাণৱিক পৰীক্ষা চলাইছিল।
১৯৭৮- ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল।
১৯৯৭- প্ৰবীণ ৰাজনীতিবিদ বিজু পাটনায়কৰ পুত্ৰ নবীন পাটনায়কে ওড়িশাৰ আগশাৰীৰ দল বিজু জনতা দল (বিজেডি) প্ৰতিষ্ঠা কৰিছিল।
২০০২- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কংগো গণতান্ত্ৰিক গণৰাজ্যত পুনৰ সংঘাত আৰম্ভ হোৱাৰ খবৰ দিয়ে।
২০০৩- ইৰাণৰ দক্ষিণ-পূবৰ বাম চহৰত ৬.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে।
২০০৪- ৰিখটাৰ স্কেলৰ ৯.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত হোৱা ছুনামীয়ে শ্ৰীলংকা, ভাৰত, ইণ্ডোনেছিয়া, থাইলেণ্ড, মালয়েছিয়া, মালদ্বীপ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে। দুই লাখ ত্ৰিশ হাজাৰ লোকৰ মৃত্যু হয়।
২০০৬- আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত ৭০০ উইকেট দখল কৰি শ্বেন ৱাৰ্নে ইতিহাস ৰচনা কৰে।
২০০৭- তুৰ্কীৰ বিমানে ইৰাকৰ কুৰ্দি ঘাটিত আক্ৰমণ কৰে।
২০০৮- আজিৰ দিনটোতে কৃতিকাক পৰাস্ত কৰি তানিয়াই যুটীয়া শীৰ্ষ স্থান দখল কৰে।
২০১২- আজিৰ দিনটোতে বেইজিঙৰ পৰা চীনৰ ৰাজধানী গুৱাংঝুলৈ নিৰ্মিত বিশ্বৰ আটাইতকৈ দীঘলীয়া দ্ৰুতবেগী ৰেলপথ উদ্বোধন কৰা হয়।










