• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
February 11, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৫৪৩- ইংলেণ্ড আৰু ৰোমৰ মাজত ফ্ৰান্সৰ বিৰুদ্ধে চুক্তি স্বাক্ষৰিত হয়।

১৬১৩- মোগল শাসক জাহাংগীৰ ইষ্ট ইণ্ডিয়া কোম্পানীক চুৰাটত এটা কাৰখানা স্থাপনৰ অনুমতি দিয়ে।

১৭২০- ছুইডেন আৰু ইৰাণৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।

১৭৯৪- আমেৰিকাৰ চেনেটে প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ বাবে অধিৱেশন মুকলি কৰে।

১৮১৪- ইউৰোপীয় দেশ নৰৱেই স্বাধীনতা ঘোষণা কৰে।

১৮২৬- লণ্ডন বিশ্ববিদ্যালয় ‘ইউনিভাৰ্চিটি কলেজ লণ্ডন’ হিচাপে প্ৰতিষ্ঠা কৰা হয়।

১৮৮৯- জাপানত সংবিধান কাৰ্যকৰী হয়।

১৯২২-  চীনক স্বাধীনতা প্ৰদানৰ বাবে ৱাশ্বিংটনত ৯খন দেশে চুক্তি স্বাক্ষৰ কৰে।

১৯২৯- লেটাৰান সন্ধিৰ অধীনত স্বাধীন বাটিকালোয়া চহৰ স্থাপন কৰা হয়।

১৯৩৩- গান্ধীজীৰ হৰিজন সাপ্তাহিক প্ৰকাশ আৰম্ভ হয়।

১৯৪৪- জাৰ্মান বাহিনীয়ে ইটালীৰ এপ্ৰিলিয়া পুনৰ দখল কৰে।

১৯৫৩- ছোভিয়েট ইউনিয়নে ইজৰাইলৰ সৈতে ৰাজনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰে।

১৯৬৩- আমেৰিকাই ইৰাকৰ নতুন চৰকাৰক স্বীকৃতি দিয়ে।

১৯৬৪- গ্ৰীচ আৰু তুৰস্কৰ মাজত যুদ্ধ আৰম্ভ হয়।

১৯৬৮- দক্ষিণ ভিয়েটনামত কমিউনিষ্ট সৈন্যই ৩০০ জন সাধাৰণ নাগৰিকক হত্যা কৰি গণকবৰত সমাধিস্থ কৰে।

১৯৭৫- মাৰ্গাৰেট থেচাৰ ব্ৰিটিছ কনজাৰ্ভেটিভ পাৰ্টিৰ প্ৰথম মহিলা নেত্ৰী হিচাপে নিৰ্বাচিত হয়।

১৯৭৯- ইৰাণৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খোমেইনীয়ে ক্ষমতা দখল কৰে।

১৯৮৭- আজিৰ দিনটোতে আমেৰিকাই নেভাদা পৰীক্ষণ স্থানত পাৰমাণৱিক পৰীক্ষণ কৰে।

১৯৯০- দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ নেতা নেলছন মেণ্ডেলা ২৮ বছৰৰ পাছত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে।

১৯৯২- আলজেৰিয়াত নিৰাপত্তা বাহিনীয়ে চাৰিজন মুছলমান গেৰিলাক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে।

২০০৫- পাকিস্তানত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মথাউৰি ভাঙি ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হয়।

২০০৭- হিণ্ডালকোৱে আমেৰিকাৰ এলুমিনিয়াম প্ৰতিষ্ঠান নভেলিছ অধিগ্ৰহণ কৰে।

২০০৮- ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ভিক্টৰ জুবকভ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়।

২০০৯- অসমৰ প্ৰখ্যাত সাহিত্যিক ড° লক্ষ্মী নন্দন বৰাক সৰস্বতী সন্মানেৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰা হয়।

২০১০- ভাৰতৰ পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ শ্ৰীকুমাৰ বেনাৰ্জী আৰু ব্ৰিটিছ উচ্চায়ুক্ত ৰিচাৰ্ড ষ্টেগে ভাৰত-ব্ৰিটেইনৰ অসামৰিক পাৰমাণৱিক চুক্তি সন্দৰ্ভত এক যৌথ ঘোষণাপত্ৰত স্বাক্ষৰ কৰে।

২০১৩- ৰাছিয়াৰ কমি অঞ্চলত সংঘটিত বিস্ফোৰণত ১৮ জন শ্ৰমিক নিহত হয়।

২০১৮- ৰাছিয়াত চাৰাটভ এয়াৰলাইন্সৰ বিমান ৭০৩ দুৰ্ঘটনাগ্ৰস্ত হৈ ৭১ জন লোকৰ মৃত্যু হয়।

Tags: global newsHistory newsWorld news

Related Posts

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক
Top News

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

February 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026
এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025