• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 22, 2026
24 °c
Guwahati
24 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
February 22, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৪৯৫- ফ্ৰান্সৰ ৰজা অষ্টম চাৰ্লছৰ নেতৃত্বত এটা সেনাবাহিনী ইটালীৰ নেপলছত উপস্থিত হয়।

১৭২৪- ছুইডেন আৰু ৰাছিয়াই পাৰস্পৰিক সহায়ৰ চুক্তি স্বাক্ষৰ কৰে।

১৭৪৬- ফৰাচী বাহিনীয়ে বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছ দখল কৰে।

১৭৮৪- আমেৰিকাৰ প্ৰথমখন বণিক জাহাজ চীনৰ সৈতে বাণিজ্যৰ বাবে নিউয়ৰ্কৰ পৰা ৰাওনা হয়।

১৮৪৫ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা চেৰামপুৰ আৰু বালাসোৰ ক্ৰয় কৰে।

১৮৪৮- লুই ফিলিপৰ শাসনৰ বিফলতাৰ ফলত পেৰিছত বিদ্ৰোহৰ সৃষ্টি হয়।

১৯০৭- লণ্ডনত প্ৰথম টেক্সি মিটাৰযুক্ত কেব চলোৱা হয়।

১৯৩৫- হোৱাইট হাউছৰ ওপৰেৰে বিমান উৰণ নিষিদ্ধ কৰা হয়।

১৯৪২- দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফিলিপাইনছৰ জনজাতিসমূহে বৃহৎ সংখ্যক জাপানী সৈনিকক নিঃশেষ কৰি পেলায়।

১৯৬৪- ঘানাত একদলীয় শাসন কাৰ্যকৰী হয়।

১৯৬৬- উগাণ্ডাৰ প্ৰধানমন্ত্ৰী মিল্টন ওবোটে তেওঁৰ কেবিনেটৰ পাঁচজন সহকৰ্মীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে।

১৯৭৪- পাকিস্তানে বাংলাদেশক স্বীকৃতি দিয়ে।

১৯৭৫- ইথিওপিয়াৰ সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত দুহেজাৰৰো অধিক গেৰিলা নিহত হয়।

১৯৭৯- কেৰিবিয়ান দ্বীপ চেণ্ট লুচিয়াই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।

১৯৮০- আফগানিস্তানে সামৰিক আইন ঘোষণা কৰে।

১৯৮৯- আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুছে চীন, জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে ৰাওনা হয়।

১৯৯২- খাৰ্টুমত হাজাৰ হাজাৰ শৰণাৰ্থীৰ ঘৰ ভাঙি পেলোৱা হয়।

১৯৯৫- ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে উত্তৰ আয়াৰলেণ্ডৰ সমস্যাৰ অন্ত পেলাবলৈ চুক্তিত উপনীত হয়।

১৯৯৮- জাপানৰ নাগানোত ১৮ সংখ্যক শীতকালীন অলিম্পিক গেমছৰ সামৰণি পৰে।

১৯৯৯- ভাৰতৰ প্ৰখ্যাত অৰ্থনীতিবিদ জগদীশ ভাগৱতীক কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভাৰতীয় ৰাজনৈতিক অৰ্থনীতি কেন্দ্ৰৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।

২০০৬- জাপানে ভাৰতৰ পৰা মাংস আৰু কণীকে ধৰি সকলো হাঁহ-কুকুৰাৰ সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰে।

২০০৭- ব্ৰিটিছ সংসদত থেচাৰৰ ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হয়।

২০০৮- আজিৰ দিনটোতে কন্টেম্পৰেৰী ইণ্ডিয়ান জাৰ্নেলৰ সম্পাদক তথা যুৱ সমালোচক ড° জ্যোতিষ যোশীক দেশশংকৰ অৱস্থী সোঁৱৰণী বঁটা প্ৰদান কৰা বুলি ঘোষণা কৰা হয়।

ব্ৰিটেইন আৰু ফ্ৰান্সে ইৰাণৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ সংশোধিত প্ৰস্তাৱ নিৰাপত্তা পৰিষদৰ সন্মুখত দাখিল কৰে।

২০১১- নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চত ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পত ১৮১ জন লোকৰ মৃত্যু হয়।

Tags: History Eventsnews updateWorld news

Related Posts

ৰূপালী পৰ্দালৈ সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি, সোমনাথ মন্দিৰত সংঘটিত আক্ৰমণৰ কাহিনী উপস্থাপন
Top News

ৰূপালী পৰ্দালৈ সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি, সোমনাথ মন্দিৰত সংঘটিত আক্ৰমণৰ কাহিনী উপস্থাপন

February 22, 2026
ভাৰত-বাংলাদেশৰ সম্পৰ্কত উন্নতি! পুনৰ ঢাকা-আগৰতলা বাছ সেৱাৰ পৰীক্ষা আৰম্ভ…

লেবাননত বৃহৎ বিমান আক্ৰমণ ইজৰাইলৰ, হিজবুল্লাহৰ এজন অধিনায়ককে ধৰি ৮ জনৰ প্ৰাণহানি
Top News

লেবাননত বৃহৎ বিমান আক্ৰমণ ইজৰাইলৰ, হিজবুল্লাহৰ এজন অধিনায়ককে ধৰি ৮ জনৰ প্ৰাণহানি

February 22, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 22, 2026
গুৰুত্বপূৰ্ণ বৈঠকৰ সময়তে টোপনি আহিল ট্ৰাম্পৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি

February 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 21, 2026

শীৰ্ষ সংবাদ

ৰূপালী পৰ্দালৈ সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি, সোমনাথ মন্দিৰত সংঘটিত আক্ৰমণৰ কাহিনী উপস্থাপন

ভাৰত-বাংলাদেশৰ সম্পৰ্কত উন্নতি! পুনৰ ঢাকা-আগৰতলা বাছ সেৱাৰ পৰীক্ষা আৰম্ভ…

লেবাননত বৃহৎ বিমান আক্ৰমণ ইজৰাইলৰ, হিজবুল্লাহৰ এজন অধিনায়ককে ধৰি ৮ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গুৰুত্বপূৰ্ণ বৈঠকৰ সময়তে টোপনি আহিল ট্ৰাম্পৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025