• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

Nation NE by Nation NE
July 24, 2025
in Top News, ক্ৰীড়া
0 0
WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন
Share on FacebookShare on TwitterWhatsApp

WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ ৭১ বছৰ বয়সত মৃত্যু হয়। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে হাল্কৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে পুৱা তেওঁ স্বাস্থ্যজনিত সমস্যাত ভুগিছিল। ইয়াৰ পিছত তেওঁক চিকিৎসা সাহায্য প্ৰদান কৰা হয় যদিও চিকিৎসকে তেওঁৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে।

উল্লেখ্য যে, হাল্ক হোগানে নিজৰ মল্লযুঁজ আৰু ব্যক্তিত্বৰ বাবে ১৯৮০ আৰু নব্বৈৰ দশকত জনপ্ৰিয় হৈ পৰিছিল। তেওঁ চিনেমাতো কাম কৰিছিল আৰু নিজৰ পৰিচয় নিজেই গঢ়ি তুলিছিল।

১৯৫৩ চনৰ ১১ আগষ্টত জৰ্জিয়াৰ অগাষ্টাত জন্মগ্ৰহণ কৰা হাল্ক আছিল পেছাদাৰী মল্লযুঁজৰ ইতিহাসৰ অন্যতম চিনাকি ব্যক্তি। ২০০৫ চনত এবাৰ একক অংশগ্ৰহণকাৰী হিচাপে আৰু তাৰ পিছত ২০২০ চনত nWo ৰ সদস্য হিচাপে দুবাৰকৈ WWE হল অৱ ফেমত অন্তৰ্ভুক্ত হয়।

ইফালে এই কিম্বদন্তী মল্লযুঁজাৰুগৰাকীৰ মৃত্যুত WWEৰ তৰফৰ পৰা শোকপ্ৰকাশ কৰি এয়া এক অত্যন্ত দুখজনক খবৰ বুলি মন্তব্য কৰে।

Tags: Hulk HoganWWE

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025