• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 12, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

Nation NE by Nation NE
February 12, 2026
in Top News, ক্ৰীড়া
0 0
ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

২০২৬ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে খেলিবলৈ সন্মত হৈছে পাকিস্তানে। লাহোৰত আইচিচি, বিচিবি, আৰু পিচিবিৰ মাজত হোৱা বৈঠকৰ পিছত এইয়া সম্ভৱ হয়। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলামে ঘোষণা কৰে যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এছিয়াৰ ৫খন প্ৰধান ক্ৰিকেট ৰাষ্ট্ৰক আমন্ত্ৰণ জনাইছে। তেওঁ উল্লেখ কৰে যে, ১৫ ফেব্ৰুৱাৰীত কলম্বোত ভাৰত বনাম পাকিস্তানৰ খেলৰ সময়ত এই বৈঠক অনুষ্ঠিত হ’ব।

এক সাক্ষাৎকাৰত আমিনুল ইছলামে উল্লেখ কৰে যে আইচিচিয়ে এছিয়াৰ ৫ খন দেশৰ মাজত বৈঠক বিচাৰে। বিচিবিৰ সভাপতিগৰাকীয়ে লগতে কয় যে, পাকিস্তানে কেৱল ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া খেলখনেই নহয়, সমগ্ৰ টি-২০ বিশ্বকাপ ২০২৬ প্ৰতিযোগিতাখন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। বৰ্জনৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে মহচিন নকৱীক ব্যক্তিগতভাৱে বুজাই দিয়া বুলিও আমিনুল ইছলাম দাবী কৰে। স্মৰণীয় যে, লাহোৰ বৈঠকত পাকিস্তানে আই চি চিৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰিছিল। ইয়াৰ ভিতৰত বাংলাদেশক বিৰুদ্ধে উত্থাপন কৰা ক্ষতিপূৰণৰ দাবী মানি লোৱা হৈছিল লগতে কোৱা হৈছিল যে আইচিচিৰ ৰাজহত পাকিস্তানৰ অংশ বৃদ্ধিৰ কথা বিবেচনা কৰা হ’ব।

 ১৫ ফেব্ৰুৱাৰীত আইচিচিৰ প্ৰস্তাৱিত বৈঠকৰ উদ্দেশ্য, আৰু কি কি দিশৰ ওপৰত আলোচনা কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে আমিনুল ইছলামে উল্লেখ কৰে যে, এই বৈঠকত বৰ্জনৰ বিতৰ্কৰ বাবে অৱনতি ঘটা পাকিস্তান, ভাৰত, বাংলাদেশৰ মাজত ক্ৰিকেট সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰা হ’ব। অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেলখন সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব। ভাৰত আৰু পাকিস্তান দুয়োখন গ্ৰুপ এত আছে।

Tags: #cricketICCPCB

Related Posts

তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?
Top News

তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

February 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025