• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল’ব পাৰে আই চি চিয়ে…

Nation NE by Nation NE
December 11, 2024
in Top News, ক্ৰীড়া
0 0
পাকিস্তানত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল’ব পাৰে আই চি চিয়ে…
Share on FacebookShare on TwitterWhatsApp

চেম্পিয়নছ ট্ৰফীক লৈ চলি থকা বিতৰ্কই এইবাৰ লৈছে আন এক নতুন মোৰ। অহা বছৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ আয়োজকৰ দায়িত্বত আছে পাকিস্তান। অৱশ্যে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই প্ৰতিযোগিতাখনৰ চূড়ান্ত সময়সূচী।

বিভিন্ন বিতৰ্কৰ বাবে চৰ্চাত থকা এই প্ৰতিযোগিতাখনক লৈ এইবাৰ আহিছে এক ডাঙৰ খবৰ। লাভ কৰা শেহতীয়া খবৰ অনুসৰি এই প্ৰতিযোগিতাখন এদিনীয়াৰ সলনি টি-২০ ফৰ্মেটত হোৱাৰ সম্ভাৱনা আছে।

আই চি চিৰ গাইডলাইন অনুসৰি প্ৰতিযোগিতাৰ সময়সূচী ১০০ দিন আগতীয়াকৈ ঘোষণা কৰিব লাগে। যদি ২০২৫ চনৰ ১৯ ​​ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’য়, তেন্তে ২০২৪ চনৰ ১২ নৱেম্বৰৰ ভিতৰত সূচী ঘোষণা কৰিব লাগিছিল।

উল্লেখ্য যে, ভাৰতে প্ৰতিযোগিতাখনৰ বাবে পাকিস্তান ভ্ৰমণ নকৰাৰ সিদ্ধান্তৰ বাবেই সূচী প্ৰকাশ কৰাত পলম হৈছে। ভাৰতৰ এই সিদ্ধান্তৰ বাবে প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হোৱা সন্দৰ্ভতো আলোচনা চলি আছে। এতিয়া সূচী প্ৰকাশৰ পিছতহে জানিব পৰা যাব প্ৰতিযোগিতাখনৰ খেলসমূহ কিদৰে আৰু ক’ত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনৰ বাবে হাতত মাত্ৰ আৰু দুটামাহ বাকী থকা অৱস্থাত ভাৰত-পাকিস্তানৰ মাজত চলি থকা বিবাদৰ বাবে প্ৰতিযোগিতাখনৰ সময়সূচী প্ৰকাওশ কৰিব নোৱাৰাত আই চি চিয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব। দীৰ্ঘদিনৰ পৰা এদিনীয়া ফৰ্মেটত চলি থকা এই প্ৰতিযোগিতাখনত টি-২০ ফৰ্মেটত অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা চলা বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Tags: Champions TrophyICCPakistanT20 Format

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025