• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কিছু সকাহ! বতৰ বিজ্ঞান বিভাগে দিলে ইংগিত; এইকেইখন জিলাত হ’ব ধাৰাষাৰ বৰষুণ

Nation NE by Nation NE
July 29, 2024
in Top News, অসম
0 0
কিছু সকাহ! বতৰ বিজ্ঞান বিভাগে দিলে ইংগিত; এইকেইখন জিলাত হ’ব ধাৰাষাৰ বৰষুণ
Share on FacebookShare on TwitterWhatsApp

উৎকট গৰমে দহিছে ৰাজ্যবাসীক। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ জনসাধাৰণে বিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে আহিছে ভাল খবৰ। কিয়নো বতৰ বিজ্ঞান বিভাগে জনাইছে ভাল খবৰ।

বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ ১৭ খন জিলাত হালধীয়া সতৰ্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগৰ মতে, এইকেইখন জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগে হালধীয়া সতৰ্কবাণী জাৰি কৰা জিলাসমূহ হ’ল, কামৰূপ(মহানগৰ), কামৰূপ, নগাঁও, চিৰাং, বাক্সা, বঙাইগাঁও, বৰপেটা, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, গোলাঘাট, মাজুলীত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

একেদৰে, শিৱসাগৰ, যোৰহাট, কাৰ্বি আংলং, ডিমা হাছাও জিলাতো ধাৰাষাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি ৰাজ্যত তাপমাত্ৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে।

Tags: #AssamGuwahtiHeavyrainsIMDYellowalert

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 18, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

March 17, 2026
শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025