• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোনো অজুহাত নেদেখুৱাব… হিন্দু নেতাক হত্যা কৰাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

Nation NE by Nation NE
April 19, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কোনো অজুহাত নেদেখুৱাব… হিন্দু নেতাক হত্যা কৰাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ৰাজনৈতিক অস্থিৰতাৰ বাবে চৰ্চাত থকা বাংলাদেশত এজন হিন্দু নেতাক হত্যা কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সামাজিক মাধ্যম এক্সযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাংলাদেশক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

ৰণধীৰে লিখিছে, ‘বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু নৃশংস হত্যাকাণ্ডক লৈ আমি অত্যন্ত দুখ প্ৰকাশ কৰিছো। এই হত্যাকাণ্ডই অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত হৈ থকা হিন্দু সংখ্যালঘুসকলৰ ওপৰত প্ৰণালীবদ্ধভাৱে অত্যাচাৰৰ আৰ্হি। পূৰ্বৰ এনে ঘটনাৰ অপৰাধীয়ে নিৰ্ভয়ে ঘূৰি ফুৰিছে। আমি এই ঘটনাক গৰিহণা দি পুনৰবাৰ অন্তৱৰ্তীকালীন চৰকাৰক সোঁৱৰাই দিওঁ যে কোনো অজুহাত বা বৈষম্য নকৰাকৈ হিন্দুকে ধৰি সকলো সংখ্যালঘু লোকক সুৰক্ষা দিয়াৰ দায়িত্ব পালন কৰক।’

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, ৫৮ বছৰীয়া হিন্দু সম্প্ৰদায়ৰ নেতা ভৱেশ চন্দ্ৰ ৰয়ক বাংলাদেশৰ দিনাজপুৰ জিলাস্থিত তেওঁৰ বাসগৃহৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি নি নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ভৱেশ ৰয়ৰ মৃতদেহ বৃহস্পতিবাৰে নিশা উদ্ধাৰ হয়। এই ঘটনাৰ পিছৰে পৰা বাংলাদেশৰ সংখ্যালঘু লোকসকলৰ মাজত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে আৰু দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়।

Tags: BangladeshHindu LeaderIndia

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025