• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণ-ইজৰাইলৰ যুদ্ধ বিৰতিক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া ভাৰতৰ

Nation NE by Nation NE
June 24, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইৰাণ-ইজৰাইলৰ যুদ্ধ বিৰতিক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া ভাৰতৰ
Share on FacebookShare on TwitterWhatsApp

ইৰাণ-ইজৰাইল যুদ্ধ আৰু ইয়াত আমেৰিকাৰ হস্তক্ষেপৰ পিছত এতিয়া ঘোষণা কৰা হৈছে যুদ্ধবিৰতি। বিগত কেইবাদিনো ধৰি চলি থকা সমগ্ৰ ঘটনা সন্দৰ্ভতো ভাৰতে এক বিবৃতি প্ৰকাশ কৰিছে। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধবিৰতিক ভাৰতে আদৰণি জনাইছে।

ইয়াৰ উপৰি ভাৰতে দুয়োখন দেশে আলোচনা আৰু কূটনীতিৰ পথ গ্ৰহণ কৰিব লাগে বুলিও গুৰুত্ব আৰোপ কৰিছে। সমগ্ৰ পৰিস্থিতিক লৈ ভাৰতে ‘গুৰুতৰভাৱে চিন্তিত’ বুলি কয় যদিও ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ বাতৰিক আদৰণি জনাইছে।

ভাৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক্সৰ জৰিয়তে এটা পোষ্টটোত কয় যে আমি ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰৰ বিৰুদ্ধে আমেৰিকাৰ ব্যৱস্থা আৰু কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিৰ বিৰুদ্ধে ইৰাণৰ প্ৰতিশোধমূলক ব্যৱস্থাকে ধৰি ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘাতৰ সৈতে জড়িত পৰিস্থিতিসমূহ নিৰীক্ষণ কৰি আহিছো।’

ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি সম্পৰ্কীয় বিভিন্ন প্ৰতিবেদন আৰু এই দিশত আমেৰিকা আৰু কাটাৰে গ্ৰহণ কৰা ভূমিকাক আমি আদৰণি জনাইছো। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে আমি পুনৰ ক’ব বিচাৰো যে অঞ্চলটোৰ বিভিন্ন সংঘাত সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ বাহিৰে আন কোনো বিকল্প নাই।

বিবৃতি অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত এই প্ৰচেষ্টাসমূহত নিজৰ ভূমিকা পালন কৰিবলৈ সাজু আৰু আশা কৰিছে যে সংশ্লিষ্ট সকলো পক্ষই স্থায়ী শান্তি আৰু স্থিতিশীলতাৰ দিশত কাম কৰিব।

Tags: IndiaIranIsrael

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025