• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, August 1, 2025
28 °c
Guwahati
26 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

    এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

    একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

    দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      প্ৰথম বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা দল; নেপালক পৰাস্ত কৰি ৰচিলে ইতিহাস

      Nation NE by Nation NE
      January 19, 2025
      in Top News, ক্ৰীড়া
      0 0
      প্ৰথম বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা দল; নেপালক পৰাস্ত কৰি ৰচিলে ইতিহাস
      Share on FacebookShare on TwitterWhatsApp

      প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা খো খো বিশ্বকাপৰ খিতাপ দখল ভাৰতীয় মহিলা দলৰ। ভাৰতীয় মহিলা দলটোৱে নেপালক পৰাস্ত কৰি ২০২৫ বৰ্ষৰ খো খো বিশ্বকাপ দখল কৰে।

      নেপালক ৭৮-৪০ ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় মহিলা দলটোৱে ইতিহাস ৰচিবলৈ সক্ষম হয়। মেচখনৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই ভাৰতীয় মহিলা দলৰ খেলুৱৈসকলে উজ্জিৱীত প্ৰদৰ্শন আগবঢ়াইছিল।

      ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ চতুৰালি আৰু দুৰ্দান্ত গতিৰ সন্মুখত একপ্ৰকাৰ ধৰাশায়ী হৈ পৰে নেপালৰ খেলুৱৈসকল।

      ১৯ জানুৱাৰী অৰ্থাত আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত নেপাল দলটোৱে প্ৰথমে টছত জয়ী হৈ ডিফেণ্ড কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নেপালৰ এই সিদ্ধান্তক ভুল বুলি প্ৰমাণিত কৰি ভাৰতীয় খেলুৱৈসকলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ঐতিহাসিক বিজয় সাব্যস্ত কৰে।

      প্ৰিয়ংকা ইংলেৰ নেতৃত্বত বিশ্বকাপত অৱতীৰ্ণ হোৱা ভাৰতীয় দলটোৱে বিশ্ব চেম্পিয়ন হোৱাত বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।

      উল্লেখ্য যে, যোৱা ১৩ জানুৱাৰীৰ পৰা দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল মহিলা খো খো বিশ্বকাপ।

      Tags: IndiaKho KhoKho Kho World Cup

      Related Posts

      অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি; ৫ আগষ্টত হাজিৰ লাগিব ED কাৰ্যালয়ত
      Top News

      August 1, 2025
      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত
      Top News

      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

      August 1, 2025
      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
      Top News

      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

      August 1, 2025
      চাৰিচকীয়া বাহনত তীব্ৰ বেগী ট্ৰাকৰ ভয়ংকৰ খুন্দা; থিতাতে মৃত্যু এটা পৰিয়ালৰে ৫ জন সদস্যৰ

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা
      Top News

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা

      August 1, 2025
      খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…
      Top News

      খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

      August 1, 2025

      শীৰ্ষ সংবাদ

      অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি; ৫ আগষ্টত হাজিৰ লাগিব ED কাৰ্যালয়ত

      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

      চাৰিচকীয়া বাহনত তীব্ৰ বেগী ট্ৰাকৰ ভয়ংকৰ খুন্দা; থিতাতে মৃত্যু এটা পৰিয়ালৰে ৫ জন সদস্যৰ

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা

      খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist