• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশ সামৰিক নেতৃত্বৰ সৈতে সম্পৰ্কত ভাৰত চৰকাৰ; হিংসাৰ অন্ত পেলোৱাৰ আহ্বান

Nation NE by Nation NE
August 6, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশ সামৰিক নেতৃত্বৰ সৈতে সম্পৰ্কত ভাৰত চৰকাৰ; হিংসাৰ অন্ত পেলোৱাৰ আহ্বান

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শাসন ব্যৱস্থাৰ নাটকীয় পতনৰ পিছত ভাৰত চৰকাৰে বাংলাদেশৰ সামৰিক নেতৃত্বৰ সৈতে যোগাযোগত আছে বুলি মঙলবাৰে এক সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, যোৱা মাহত বাংলাদেশত চৰকাৰী চাকৰিৰ বিতৰ্কিত কোটা ব্যৱস্থা বাতিল কৰাৰ দাবী জনোৱা প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতি উতলি উঠাৰ পিছতে সোমবাৰে হাছিনাই পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰে।

চলিত জানুৱাৰী মাহত বিৰোধীয়ে বৰ্জন কৰা সাধাৰণ নিৰ্বাচনত ক্ৰমাগত চতুৰ্থবাৰৰ বাবে জয়ী হৈছিল হাছিনা। ইয়াৰ পিছতেই দেশখনত চাকৰি সংৰক্ষণক লৈ আৰম্ভ হোৱা প্ৰতিবাদ হাছিনাক ক্ষমতাচ্যুত কৰাৰ প্ৰচাৰ অভিযানলৈ পৰিণত হয়।

ভাৰত চৰকাৰৰ এক শীৰ্ষ সূত্ৰই জনোৱা অনুসৰি, ‘স্থিতিশীলতা আৰু শান্তি গুৰুত্বপূৰ্ণ। ভাৰতীয় কৰ্তৃপক্ষই ঢাকাত সামৰিক নেতৃত্বৰ সৈতে যোগাযোগত আছে।’

ভাৰত চৰকাৰৰ শীৰ্ষ বিষয়াসকলে বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানৰ সৈতে যোগাযোগ কৰি আইন-শৃংখলা বজাই ৰাখিবলৈ আৰু হিংসা বন্ধ কৰিবলৈ অনুৰোধ জনাইছে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে।

এটা সূত্ৰই কয় যে ভাৰতৰ বিষয়াসকলে তেওঁলোকক জনাইছে যে যদিহে তেওঁলোকক শান্তি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ কোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হয়, তেন্তে ভাৰত সকলো সমৰ্থন আগবঢ়াবলৈ সাজু। হাছিনা ভাৰতলৈ অহাৰ পিছত এইটো এটা ডাঙৰ পৰিঘটনা, আৰু এতিয়া ভাৰত নতুন নেতৃত্বৰ সৈতে যোগাযোগত আছে।

উল্লখ্য যে, ৰাজনৈতিক সংকটৰ মাজতে সমগ্ৰ বাংলাদেশত সংঘটিত হিংসাত্মক পৰিস্থিতিত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি মঙলবাৰে বাতৰি প্ৰকাশ পাইছে যদিও বৰ্তমান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ লক্ষণ দেখা গৈছে।

সোমবাৰৰ দিনটোৰ অশান্তি আৰু নিশাৰ উত্তেজনাৰ অন্তত মঙলবাৰে পুৱা ঢাকাৰ পৰিস্থিতি বহুলাংশে শান্ত হৈ পৰিছে।

Tags: BangladeshIndian GovtNationNESheikh Hasina

Related Posts

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী
Top News

December 13, 2025
ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025

শীৰ্ষ সংবাদ

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025