• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 8, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতীয় টেষ্ট দলৰ পৰা অৱসৰ ল’লে এগৰাকী খেলুৱৈয়ে, ক’লে কেতিয়া খেলিব জীৱনৰ অন্তিমখন খেল

Nation NE by Nation NE
November 4, 2024
in Top News, ক্ৰীড়া
0 0
ভাৰতীয় টেষ্ট দলৰ পৰা অৱসৰ ল’লে এগৰাকী খেলুৱৈয়ে, ক’লে কেতিয়া খেলিব জীৱনৰ অন্তিমখন খেল
Share on FacebookShare on TwitterWhatsApp

দীৰ্ঘসময় ধৰি ভাৰতীয় টেষ্ট দলৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে থকা উইকেটকীপাৰ-বেটছমেন ৰিদ্ধিমান সাহাই সকলো ধৰণৰ ক্ৰিকেটৰ পৰাই অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। বৰ্তমান সাহাই নিজৰ গৃহ ৰাজ্য বংগৰ হৈ ৰঞ্জী ট্ৰফী খেলি আছে।

চলিত ৰঞ্জী ট্ৰফী ছিজন তেওঁৰ শেষ ছিজন হ’ব আৰু ইয়াৰ পিছত তেওঁ খেলৰ পৰা বিদায় ল’ব বুলি ছ’চিয়েল মিডিয়াত এটা পোষ্ট লিখি এই তথ্য দিলে সাহাই।

বিৰাট কোহলীৰ অধিনায়কত্বত ২০১৮-১৯ বৰ্ষত প্ৰথমবাৰৰ বাবে ঘৰুৱা টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াক পৰাস্ত কৰা দলটোৰ অংশ আছিল সাহা। ইয়াৰ পৰাই সাহাৰ কেৰিয়াৰ তললৈ নামি যায়।

সাহাই তেওঁৰ পোষ্টত কৈছে যে, এই যাত্ৰাত তেওঁক সহায় কৰা সেই সকলো লোককে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিছে। সাহাই লিখিছে যে, ক্ৰিকেটৰ এক সুন্দৰ যাত্ৰাৰ অন্তত চলিত ছিজনটো তেওঁৰ শেষ ছিজন হ’ব। শেষবাৰৰ বাবে বংগক প্ৰতিনিধিত্ব কৰি তেওঁ সন্মানিত অনুভৱ কৰিছে। অৱসৰৰ পূৰ্বে এইখনেই হ’ব মোৰ অন্তিমখন ৰঞ্জী ট্ৰফী খেল।

টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত সাহা দ্বিতীয় স্থানত আছে। সাহাই ভাৰতৰ হৈ মুঠ ৪০খন টেষ্ট মেচ খেলি ২৯.৪১ গড়ে ১৩৫৩ ৰান সংগ্ৰহ কৰে, য’ত তিনিটা শতক আৰু ৬টা অৰ্ধশতক অন্তৰ্ভুক্ত কৰা হয়। এদিনীয়াত তেওঁ ভাৰতৰ হৈ ৯খন খেল খেলিছিল য’ত তেওঁ মাত্ৰ ৪১ ৰানহে কৰিছিল।

Tags: #cricketINDIAN TEST TEAMSports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ
Top News

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

February 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 7, 2026
আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…
Top News

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

February 6, 2026
এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025