• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩৪০০ কোটি টকাৰ সম্পত্তিৰে দেশৰ আটাইতকৈ ধনী বিধায়ক বিজেপিৰ পৰাগ শ্বাহ

Nation NE by Nation NE
March 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
৩৪০০ কোটি টকাৰ সম্পত্তিৰে দেশৰ আটাইতকৈ ধনী বিধায়ক বিজেপিৰ পৰাগ শ্বাহ
Share on FacebookShare on TwitterWhatsApp

দেশৰ কোন বিধায়ক সবাটোকৈ ধনী আৰু কোন বিধায়ক আটাইতকৈ দুখীয়া। ADRৰ তথ্যত পোহৰলৈ আহিছে এই তথ্য। মুম্বাইৰ পূব ঘাটকোপাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপিৰ পৰাগ শ্বাহ প্ৰায় ৩৪০০ কোটি টকাৰ সম্পত্তিৰে ভাৰতৰ সৰ্বাধিক ধনী বিধায়ক। দ্বিতীয় স্থানত আছে কৰ্ণাটকৰ কনকাপুৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ডি কে শিৱকুমাৰ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৪১৩ কোটিতকৈ অধিক।

শেহতীয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে বিধায়কসকলে দাখিল কৰা স্বয়ং শপতনামাৰ বিশ্লেষণৰ ভিত্তিত এই এডিআৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। এই অধ্যয়নত ২৮খন ৰাজ্যিক বিধানসভা আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪০৯২জন বিধায়কক সামৰি লোৱা হৈছিল।

শপতনামা পঢ়িব নোৱাৰা ২৪জন বিধায়ক আৰু খালী হৈ থকা ৭টা বিধানসভাৰ সমষ্টিৰ বিধায়কক এই প্ৰতিবেদনৰ পৰা আঁতৰত ৰখা হৈছে।

আটাইতকৈ কম সম্পত্তিৰ বিধায়কৰ শীৰ্ষত আছে পশ্চিম বংগৰ সিন্ধুৰ বিজেপি বিধায়ক নিৰ্মল কুমাৰ ধৰা। তেওঁৰ ঘোষিত সম্পত্তিৰ পৰিমাণ মাত্ৰ ১৭০০ টকা।

ধনী বিধায়কসকলৰ ভিতৰত উল্লেখযোগ্য ব্যক্তিসকলৰ ভিতৰত আছে-

এন চন্দ্ৰবাবু নাইডু, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীঃ ৯৩১ কোটি টকা

ৱাই এছ জগন মোহন ৰেড্ডী, অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীঃ ৭৫৭ কোটি টকা

কৰ্ণাটকৰ নিৰ্দলীয় বিধায়ক কে এইচ পুত্তস্বামী গৌড়াঃ ১২৬৭ কোটি টকা

প্ৰিয়কৃষ্ণ, কংগ্ৰেছ বিধায়ক, কৰ্ণাটকঃ ১১৫৬ কোটি টকা

পি নাৰায়ণ, টিডিপি বিধায়ক, অন্ধ্ৰপ্ৰদেশঃ ৮২৪ কোটি টকা

ভি প্ৰশান্তি ৰেড্ডী, টিডিপি বিধায়ক, অন্ধ্ৰপ্ৰদেশঃ ৭১৬ কোটি টকা

Tags: ADRBJPRichest MLA

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025