• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 12, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

IPL-২০২৫ত কোন কেইটা দলে প্ৰৱেশ কৰিব প্লে অফত; জানি লওক বিশেষজ্ঞৰ ভৱিষ্যদ্বাণী

Nation NE by Nation NE
March 21, 2025
in Top News, ক্ৰীড়া
0 0
IPL-২০২৫ত কোন কেইটা দলে প্ৰৱেশ কৰিব প্লে অফত; জানি লওক বিশেষজ্ঞৰ ভৱিষ্যদ্বাণী

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আৰু কেইঘণ্টামানৰ পিছতেই আৰম্ভ হ’ব বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলৰ ১৮ সংখ্যক ছিজন। টুৰ্ণামেণ্টৰ প্ৰথমখন মেচত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু লাখ লাখ অনুৰাগীৰ পচন্দৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। এই ৰোমাঞ্চকৰ মেচখন অনুষ্ঠিত হ’ব কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেন ষ্টেডিয়ামত।

টুৰ্ণামেণ্টখন আৰম্ভ হোৱাৰ পূৰ্বে দেশৰ লগতে বিদেশৰ কেইবাগৰাকীও ক্ৰিকেট বিশেষজ্ঞই নিজৰ মত ব্যক্তি কৰিছে। কেৱল এয়াই নহয় কেইবাজনো ক্ৰিকেটাৰে এইবাৰৰ টুৰ্ণামেণ্টত কোন চাৰিটা দলে প্লে অফত স্থান নিশ্চিত কৰিব সেয়াও ভৱিষতবাণী কৰিছে।

কোন কোন বিশেষজ্ঞৰ কোন চাৰিটা দল প্ৰথম পচন্দ

বিৰেন্দ্ৰ সেহৱাগ- মুম্বাই ইণ্ডিয়ানছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, পঞ্জাৱ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

এডাম গীলক্ৰিষ্ট- পঞ্জাৱ কিংছ, মুম্বাই ইণ্ডিয়ানছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছ

ৰোহন গাভাস্কাৰ-ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ, দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ

হৰ্ষ ভোগলেঃ ছানৰাইজাৰ্ছ হায়দৰাবাদ, মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু।

শ্বন পলকঃ মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাব কিংছ।

মনোজ তিৱাৰীঃ ছানৰাইজাৰ্ছ হায়দৰাবাদ, পঞ্জাব কিংছ, গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ।

ছাইমন ডিউল : চেন্নাই ছুপাৰ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাব কিংছ।

মাইকেল ভন : গুজৰাট টাইটানছ, মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছ।

Tags: IPL 2025PlayoffsPrediction

Related Posts

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…
Top News

February 12, 2026
তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

শীৰ্ষ সংবাদ

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025