• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণৰ হিংসাত্মক প্ৰতিবাদত ৫ হাজাৰৰো অধিক লোক নিহত, এই মৃত্যুৰ বাবে কোন দায়ী?

Nation NE by Nation NE
January 19, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আয়াতুল্লাহ আলী খামেনিক আঁতৰাবৰ বাবে পাকিস্তানে সহায় কৰিব নেকি আমেৰিকাক? বিনিময়ত পাব এই উপহাৰ…
Share on FacebookShare on TwitterWhatsApp

মধ্যপ্ৰাচ্যৰ পৰিস্থিতি বিশ্ববাসীৰ বাবে বৰ্তমান চিন্তানীয় বিষয় হৈ পৰিছে। ইৰাণৰ হিংসাত্মক প্ৰতিবাদত বহু লোকৰ প্ৰাণহানি হৈছে। ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ ক্ষীপ্ৰতাৰে হিংসাত্মক ৰূপত পৰিণত হৈছে।

এই প্ৰতিবাদৰ প্ৰধান কাৰণ হৈছে খামেনেই চৰকাৰৰ অৰ্থনৈতিক নীতি আৰু ইৰাণৰ মুদ্ৰা দুৰ্বল হৈ পৰা। অর্থনৈতিক পৰিস্থিতি সংকটজনক নিম্ন বিন্দুত উপনীত হৈছে৷ ফলত জনসাধাৰণৰ এক বৃহৎ অংশই ৰাজপথলৈ ওলাই আহি শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ধৰ্মীয় শাসনৰ অন্ত পেলোৱাৰ দাবী ব্যাপক হৈ পৰিছে।

ইৰাণৰ এজন বিষয়াই শেহতীয়াকৈ উল্লেখ কৰিছে যে এই প্ৰতিবাদত এতিয়ালৈকে প্ৰায় ৫০০ জন নিৰাপত্তাৰক্ষীকে ধৰি ৫ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। ১৯৭৯ চনৰ পিছত ইৰাণে আটাইতকৈ অশান্ত পৰিস্থিতিৰ সন্মুখীন হৈছে।

এই হিংসাত্মক প্ৰতিবাদৰ বাবে চৰকাৰে সন্ত্ৰাসবাদী আৰু সশস্ত্ৰ প্ৰতিবাদকাৰীক জগৰীয়া কৰিছে। তদুপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণত প্ৰত্যক্ষ হস্তক্ষেপৰ আহ্বান জনাই স্পষ্ট সতৰ্কবাণী জাৰি কৰি প্ৰতিবাদকাৰীক হত্যা আৰু গণহত্যাৰ বিৰুদ্ধে ইৰাণক সকীয়াই দিছে।

ইফালে আকৌ ৰাষ্ট্ৰপতি আয়াতুল্লাহ আলী খামেনেই ইৰাণে যুদ্ধ নিবিচাৰে বুলি উল্লেখ কৰিছে। দোষীক নিশ্চয় শাস্তি দিয়া হ’ব। তদুপৰি ইৰাণৰ ন্যায়পালিকাই অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িতসকলক ফাঁচী দিয়াৰ সম্ভাৱনাও প্ৰকাশ কৰিছে। ইৰাণত নতুন নেতৃত্বৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ট্ৰাম্পে। এই প্ৰতিবাদৰ সময়ত ইজৰাইল আৰু আমেৰিকাই হিংসাত্মক পৰিস্থিতিৰ আয়োজন কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে খামেনেই।

মানৱ অধিকাৰ সংস্থা HRANA য়ে জনাইছে যে এতিয়ালৈকে ৩,৩০৮ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ২৪,০০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কুৰ্দি প্ৰধান উত্তৰ-পশ্চিম অঞ্চলত সৰ্বাধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে। ইৰাকৰ পৰা বিচ্ছিন্নতাবাদীয়েও ইৰাণত প্ৰৱেশৰ চেষ্টা চলাইছে। প্ৰতিবাদ হ্ৰাস পাইছে যদিও বৰ্তমান ইণ্টাৰনেট নিষেধাজ্ঞাৰ ফলত সম্পূৰ্ণ সত্যক অস্পষ্ট কৰি তুলিছে।

Tags: IranTrumpWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025