• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয়ক বায়ুসেনাৰ উভোতাই অনাৰ বৃহৎ পৰিকল্পনা, সংকেত পোৱাৰ লগে লগে আৰম্ভ হ’ব অভিযান

Nation NE by Nation NE
June 18, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
Share on FacebookShare on TwitterWhatsApp

ইৰাণৰ পৰা ভাৰতীয় নাগৰিকক উলিয়াই আনিবলৈ সষ্টম হৈ আছে ভাৰতীয় বায়ুসেনা। সূত্ৰ অনুসৰি, চৰকাৰৰ পৰা নিৰ্দেশ পোৱাৰ লগে লগে বায়ুসেনাৰ বিমানখন আৰ্মেনিয়া বা আন চুবুৰীয়া দেশলৈ যাব পাৰে য’ত ভাৰতীয়সকলক যাবলৈ কোৱা হৈছে। কাৰণ যুদ্ধৰ বাবে ইৰাণৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

সূত্ৰ অনুসৰি, ভাৰতীয় বায়ুসেনাৰ এয়াৰলিফ্ট পৰিকল্পনা এনে প্ৰতিকূল পৰিস্থিতিৰ বাবে সদায় সাজু হৈ থাকে। এনে অভিযানৰ বাবে বায়ুসেনাৰ চি-১৭ গ্ল’বমাষ্টাৰ, আই এল-৭৬ আৰু চি-১৩০জে ছুপাৰ হাৰকিউলিছ সামৰিক পৰিবহণ বিমান ব্যৱহাৰ কৰা হয়।

ইৰাণত প্ৰায় ১০ হাজাৰ ভাৰতীয় লোকক নিৰাপদে উলিয়াই অনাৰ প্ৰয়োজন হ’ব পাৰে। ইয়াৰে ভিতৰত আছে বৃহৎ সংখ্যক জম্মু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰী, যিসকলে ইৰাণলৈ পঢ়া-শুনাৰ বাবে গৈছে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে সকলো ভাৰতীয়কে ইৰাণৰ ৰাজধানী তেহৰাণ এৰি নিৰাপদ স্থানলৈ যাবলৈ সকীয়াই দিছে। ইৰাণৰ সংলগ্ন চুবুৰীয়া দেশ আৰ্মেনিয়ালৈও যাবলৈ কোৱা হৈছে। প্ৰয়োজন হ’লে চৰকাৰে আৰ্মেনিয়াৰ পৰা এয়াৰলিফ্ট কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।

ইৰাণৰ উপৰিও চুবুৰীয়া দেশ ইৰাক, ছিৰিয়া আৰু জৰ্ডানৰ আকাশমাৰ্গও বন্ধ হৈ আছে। এনে পৰিস্থিতিত আৰ্মেনিয়া একমাত্ৰ দেশ য’ৰ পৰা ভাৰতে নিজৰ নাগৰিকক নিৰাপদে বিমানেৰে লৈ যাব পাৰে। আৰ্মেনিয়াৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক। এই সন্দৰ্ভত স্বয়ং বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আৰ্মেনিয়াৰ সমকক্ষ আৰাৰাট মিৰ্জিয়নৰ সৈতে ফোনযোগে কথা পাতিছে। জয়শংকৰে ইউ এ ইৰ বৈদেশিক মন্ত্ৰী (আৰু উপ-প্ৰধানমন্ত্ৰী) এ বি জায়েদৰ সৈতেও ফোনত কথা পাতিছে।

শেহতীয়া বছৰবোৰত ভাৰতীয় বায়ুসেনাই ভাৰতীয় নাগৰিকক নিৰাপদে অনাত সফল হৈছে, সেয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধই হওক (২০২২) হওক বা চুডান গৃহযুদ্ধই হওক (২০২৩)। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত ভাৰতে অপাৰেচন গংগাৰ অধীনত প্ৰায় ২২ হাজাৰ নাগৰিকক উলিয়াই আনিছিল। সেই সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানৰ লগতে বায়ুসেনাৰ চি-১৭ গ্ল’বমাষ্টাৰ বিমান ব্যৱহাৰ কৰা হৈছিল।

চুডানৰ গৃহযুদ্ধৰ সময়ত ভাৰতীয় বায়ুসেনাই অপাৰেচন কাবেৰীৰ বাবে যুদ্ধক্ষেত্ৰত চি-১০ৰ লগতে চি-১৩০জে ছুপাৰ হাৰকিউলিছ বিমান নিয়োগ কৰিছিল। ভাৰতীয় নৌসেনাই অপাৰেচন কাবেৰীৰ সময়তো ভাৰতীয় নাগৰিকক ঘৰলৈ ঘূৰাই অনাতো উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

Tags: ConflictIranIsrael

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025