• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 12, 2026
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    পুৱা ৯ বজালৈ অসমৰ কোনকেইখন জিলাত কিমান শতাংশ ভোটদান?

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আজি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, তৎপৰ আৰক্ষী-প্ৰশাসন 

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?

Nation NE by Nation NE
April 12, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Share on FacebookShare on TwitterWhatsApp

পৰমাণু বোমৰ ভয়ত হয়তো আমেৰিকা শিৰনত হ’ব পাৰে ইৰাণৰ সমুখত। এই পৰ্যন্ত ইৰাণৰ হাতত পৰমাণু শক্তি আছে নে নাই , সেয়া উদঘাটন কৰিব পৰা হোৱা নাই ট্ৰাম্প প্ৰশাসনে। কাৰণ ইৰাণে কৰা সৰ্বোচ্চ শক্তিৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা নাই আমেৰিকাৰ সেনাই। ইছলামাবাদৰ বৈঠক সফল নোহোৱাৰ পিছতেই ইৰাণে লৈছে আন এক পদক্ষেপ। হৰমুজৰ সাগৰীয় পথ কেৱল ইৰাণৰ নিয়ন্ত্ৰণৰ অধীনত থাকিব।আমেৰিকাই যিমানেই শক্তি ব্যৱহাৰ কৰিব, সিমানেই ইৰাণে উচিত প্ৰত্যুত্তৰ দিব আমেৰিকাক। মোস্তাবা খামেইনিৰ এক বাৰ্তাই আলোড়ন তুলিছে বিশ্বত।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আল-জাজিৰাৰ মতে, ইৰাণৰ সমস্ত ৰণ কৌশল নিয়ন্ত্ৰণ কৰি আছে অসুস্থ মোস্তাবা খামেনেই। ইছলামাবাদত আছিফ মুনীৰৰ নেতৃত্বত হোৱা বৈঠকত ইৰাণ-আমেৰিকা-ইজৰাইলৰ একো সমাধান নোলোৱাত এক ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ বিশ্বত। আচলতে সঁচাকৈয়ে ইৰাণৰ হাতত আছে নেকি পৰমাণু শক্তি, তাকেই লৈ বাৰম্বাৰ ট্ৰাম্পে পৰীক্ষা কৰাৰ নামত অৰ্থশক্তি, সামৰিক শক্তি সকলো ব্যৱহাৰ কৰিছে ইৰাণৰ বিৰুদ্ধে।

এতিয়া যেন মধ্যপ্ৰাচ্যৰ যুদ্ধৰ উত্তেজনা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আকৌ এবাৰ মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ দামামাৰ জুই জ্বলাৰ পূৰ্ণ সম্ভাৱনা আছে। পুনৰ আমেৰিকা আৰু ইৰাণৰ মাজত আক্ৰমণ প্ৰত্যাহক্ৰমণ হোৱাৰ উকমুকনি বুলি ধাৰণা কৰিছে সকলোৱে। আকৌ হ’ব পাৰে আমেৰিকা আৰু ইৰাণৰ মাজত তৃতীয় বিশ্ব যুদ্ধ।

Tags: IranMiddle east warWar

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ইছলামবাদত সফল নহ’ল শান্তিৰ আলোচনা? হৰমুজ সন্দৰ্ভত ডাঙৰ মন্তব্য ট্ৰাম্পৰ

April 12, 2026
কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান, শোকাহত সমগ্ৰ বলীউড
Top News

কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান, শোকাহত সমগ্ৰ বলীউড

April 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 12, 2026
পাকিস্তানৰ সৈতে বৈঠকৰ পূৰ্বে মিনাব আক্ৰমণৰ দুখজনক ফটো শ্বেয়াৰ ইৰাণৰ অধ্যক্ষৰ

April 11, 2026
নাছাৰ আৰ্টেমিছ দ্বিতীয়ই সৃষ্টি কৰিলে ইতিহাসৰ, ঐতিহাসিক ১০ দিনীয়া চন্দ্ৰ যাত্ৰাৰ অন্তত পৃথিৱীলৈ উভোতে মহাকাশচাৰী

‘যিজনেই উচ্চতম নেতা হ’ব তেওঁৱেই আমাৰ লক্ষ্য হ’ব’! ইজৰাইলে নতুন উচ্চতম নেতাক দিলে ভাবুকি
Top News

যুদ্ধবিৰতিৰ পিছতো লেবাননত কিয় আক্ৰমণ ইজৰাইলৰ? জানক ৫০ বছৰীয়া যুদ্ধ সংযোগৰ সবিশেষ

April 11, 2026

শীৰ্ষ সংবাদ

যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?

ইছলামবাদত সফল নহ’ল শান্তিৰ আলোচনা? হৰমুজ সন্দৰ্ভত ডাঙৰ মন্তব্য ট্ৰাম্পৰ

কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান, শোকাহত সমগ্ৰ বলীউড

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

পাকিস্তানৰ সৈতে বৈঠকৰ পূৰ্বে মিনাব আক্ৰমণৰ দুখজনক ফটো শ্বেয়াৰ ইৰাণৰ অধ্যক্ষৰ

নাছাৰ আৰ্টেমিছ দ্বিতীয়ই সৃষ্টি কৰিলে ইতিহাসৰ, ঐতিহাসিক ১০ দিনীয়া চন্দ্ৰ যাত্ৰাৰ অন্তত পৃথিৱীলৈ উভোতে মহাকাশচাৰী

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025