• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

Nation NE by Nation NE
July 13, 2025
in Top News, উত্তৰ পূৱ, ক্ৰীড়া
0 0
অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ বৃহত্তম ফুটবল লীগ ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ পৰৱৰ্তী ছিজন অনিশ্চিতকালীন সময়ৰ বাবে স্থগিত ৰাখিছে। ফুটবল স্প’ৰ্টছ ডেভেলপমেণ্ট লিমিটেডে (এফ এছ ডি এল) শুকুৰবাৰে সকলো ক্লাবলৈ পত্ৰ প্ৰেৰণ কৰি এই কথা জনাই দিছে।

এফ এছ ডি এলৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোকৰ সৈতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে স্বাক্ষৰ কৰা মাষ্টাৰ্ছ এগ্ৰীমেণ্ট অহা ৮ ডিচেম্বৰত সমাপ্ত হ’ব।

নতুন চুক্তি সম্পাদন সন্দৰ্ভত ফুটবল ফেডাৰেশ্যনৰ সৈতে আলোচনা আৰম্ভ হ’লেও এই সন্দৰ্ভত এই পৰ্যন্ত কোনো সমাধান সূত্ৰ ওলোৱা নাই।

যিহেতু ডিচেম্বৰৰ পাছত ফুটবল ফেডাৰেশ্যনৰ সৈতে চুক্তি নাথাকিব, সেইবাবে ২০২৫-২৬ ছীজনত আই এছ এলৰ প্ৰকল্পনা, আয়োজন অথবা বাণিজ্যিকৰণৰ ক্ষেত্ৰত এফ এছ ডি এল অপাৰগ। এনে স্থিতিত ছীজনটো আগুৱাই নিয়াৰ স্থিতিত নাই এফ এছ ডি এল।

উল্লেখ্য যে নতুন চুক্তি সন্দৰ্ভত কোনো স্পষ্ট ব্যাখ্যা নোপোৱা পৰ্যন্ত টুৰ্ণামেণ্টখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০১০ চনত ১৫ বছৰৰ বাবে এফ এছ ডি এলৰ সৈতে চুক্তি হৈছিল সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে। এই চুক্তি অনুসৰি ফুটবল ফেডাৰেশ্যনে প্ৰতি বছৰে লাভ কৰে ৫০ কোটি টকা।

লাভ কৰা তথ্য অনুসৰি উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি নোপোৱা পৰ্যন্ত ফুটবল ফেডাৰেশ্যন আৰু এফ এছ ডি এলৰ মাজত মাষ্টাৰ্ছ ৰাইটছ এগ্ৰীমেণ্ট হোৱাৰ কোনো সম্ভাৱনা নাই।

ভাৰতত ফুটবলৰ উত্তৰণৰ বাবে ২০২৪ চনত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল আই এছ এল। এই প্ৰতিযোগিতাখনৰ জৰিয়তে এতিয়ালৈকে বহু খেলুৱৈয়ে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই অনুৰাগীৰ হৃদয় জিনাৰ লগতে আৰ্থিকভাৱেও যথেষ্ট লাভাম্বিত হৈছিল।

Tags: Indian FootballIndian Super LeagueISL

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025