• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইলী সেনাৰ বিমান আক্ৰমণত প্ৰাণ হেৰুৱালে হামাছৰ নেতা য়াহিয়া সিনোৱাৰৰ ভাতৃয়ে

Nation NE by Nation NE
May 19, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলী সেনাৰ বিমান আক্ৰমণত প্ৰাণ হেৰুৱালে হামাছৰ নেতা য়াহিয়া সিনোৱাৰৰ ভাতৃয়ে
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলৰ সেনাই হত্যা কৰে হামাছৰ শীৰ্ষ নেতা তথা নিহত হামাছৰ মুৰব্বী য়াহিয়া সিনোৱাৰৰ কনিষ্ঠ ভাতৃ মহম্মদ সিনোৱাৰক। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে, য়াহিয়া সিনোৱাৰৰ কনিষ্ঠ ভাতৃক হত্যা কৰা হৈছে। বিগত সপ্তাহত গাজাত ইজৰাইলী সেনাই চলোৱা বিমান আক্ৰমণত মহম্মদ সিনোৱাৰ নিহত হৈছিল।

ইজৰাইলৰ সাংসদসকলৰ সৈতে হোৱা বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে, সকলো ইংগিতৰ ভিত্তিত খান ইউনিছৰ এখন ইউৰোপীয় চিকিৎসালয়ৰ চৌহদত হোৱা আক্ৰমণত মহম্মদ সিনোৱাৰ নিহত হৈছে।

উল্লেখ্য যে, মহম্মদ সিনোৱাৰ গাজাত হামাছৰ নেতা য়াহিয়া সিনোৱাৰৰ কনিষ্ঠ ভাতৃ আছিল। যোৱা বছৰৰ অক্টোবৰ মাহত ইজৰাইলৰ নিৰাপত্তা বাহিনীৰ সামৰিক অভিযানত নিহত হৈছিল য়াহিয়া সিনোৱাৰ।

খবৰ অনুসৰি, ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে খান ইউনিছৰ ইউৰোপীয় চিকিৎসালয়ৰ ভূগৰ্ভস্থ গঠনসমূহক লক্ষ্য কৰি লৈছিল, যিবোৰ হামাছে ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।

ছৌদি চেনেল আল হাদাথৰ মতে, মহম্মদ সিনোৱাৰৰ মৃতদেহ তেওঁৰ আন ১০ জন সংগীৰ মৃতদেহৰ সৈতে মাটিৰ তলৰ সুৰংগ এটাৰ পৰা উদ্ধাৰ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, ইজৰাইলী সেনাৰ আক্ৰমণত হামাছৰ সামৰিক শাখাৰ ৰাফাহ ব্ৰিগেডৰ অধিনায়ক মহম্মদ শ্বাবানাও নিহত হোৱাৰ প্ৰমাণ পোৱা গৈছে।

অৱশ্যে ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে এতিয়াও আনুষ্ঠানিকভাৱে সিনোৱাৰৰ মৃত্যুৰ কথা নিশ্চিত কৰা নাই। ইফালে পেলেষ্টাইনৰ স্বাস্থ্য বিষয়াসকলে কয় যে, “ইজৰাইলৰ আক্ৰমণত ৬ জন লোক নিহত হোৱাৰ লগতে ৪০ জনতকৈ অধিক লোক আহত হৈছে।

বিগত বৰ্ষৰ মে’ মাহত হামাছৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষ মহম্মদ দৈফক হত্যা কৰাৰ পিছত মহম্মদ সিনোৱাৰে সন্ত্ৰাসবাদী সংগঠনটোৰ সামৰিক শাখাৰ দায়িত্ব লয়। একে সময়তে ইজৰাইলৰ আক্ৰমণত মহম্মদৰ জ্যেষ্ঠ ভাতৃ ইয়াহিয়া নিহত হোৱাৰ পিছত তেওঁ গাজা ষ্ট্ৰিপত থকা সন্ত্ৰাসবাদী সংগঠন হামাছৰ বাস্তৱিক নেতা হৈ পৰে।

Tags: HamasIsraelLeader

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025