• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 29, 2026
20 °c
Guwahati
20 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইলৰ দূতাবাসৰ সৈতে জড়িত ২ জন লোকৰ প্ৰাণহানি, ইহুদী সংগ্ৰহালয়ৰ সমীপত আক্ৰমণ

Nation NE by Nation NE
May 22, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলৰ দূতাবাসৰ সৈতে জড়িত ২ জন লোকৰ প্ৰাণহানি, ইহুদী সংগ্ৰহালয়ৰ সমীপত আক্ৰমণ
Share on FacebookShare on TwitterWhatsApp

২১ মেত নিশা কেপিটেল ইহুদী সংগ্ৰহালয়ৰ সমীপত ৱাশ্বিংটন ডিচিত ইজৰাইলৰ দূতাবাসৰ দুজন কৰ্মচাৰীৰ প্ৰাণহানি হয়। প্ৰায় ১বছৰ ধৰি পেলেষ্টাইন সমৰ্থক প্ৰতিবাদ আৰু ইজৰাইল বিৰোধী প্ৰতিবাদৰ পিছত আমেৰিকাত এইটোৱেই প্ৰথম কাণ্ড।

ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছে যে, এজন সন্দেহযুক্ত লোকে পেলেষ্টাইনী কাফিয়া পিন্ধি সংগ্ৰহালয়ৰ কাষ চাপি অহা দেখা গৈছে।

সংবাদ মাধ্যমত গৃহ নিৰাপত্তা সচিব ক্ৰীষ্টি ন’মে প্ৰকাশ কৰা এটা পোষ্টত ন’মে কয় যে, নিশা ৱাশ্বিংটন ডি চিৰ ইহুদী সংগ্ৰহালয়ৰ ওচৰত ইজৰাইলৰ দূতাবাসৰ দুজন কৰ্মচাৰীক অৰ্থহীনভাৱে হত্যা কৰা হয়।ইয়াৰ বাবে আমেৰিকাই সক্ৰিয়ভাৱে তদন্ত কৰি আছে আৰু অধিক তথ্য শ্বেয়াৰ কৰিবলৈ অপেক্ষা কৰি আছে।

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। সংগ্ৰহালয়ৰ পৰা কিছু দূৰৈত থকা এফ বি আইৰ কাৰ্যালয়ৰ ওচৰত সংঘটিত হৈছে এই গুলীচালনা। তেওঁ লগতে কয় যে ইজৰাইলৰ দূতাবাসে এই বিষয়ত আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।

ইজৰাইলৰ দূতাবাসৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমক জনোৱা অনুসৰি, ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকী এই কাণ্ডৰ সৈতে জড়িত নাছিল আৰু গুলীচালনাৰ সময়ত সেই স্থানত নাছিল। আমেৰিকাৰ এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে ছ’চিয়েল মিডিয়াত জনাইছে যে, তেওঁ আৰু ডিচিৰ ভাৰপ্ৰাপ্ত আমেৰিকাৰ এটৰ্নী জিনিন পিৰ’ই কেপিটেল ইহুদী মিউজিয়ামৰ বাহিৰত গুলীচালনাৰ স্থানত উপস্থিত হৈছে।

আমেৰিকাত ক্ৰমাৎ বৃদ্ধি পোৱা ইহুদী বিৰোধী কাণ্ডই ইহুদী আৰু ইজৰাইল সমৰ্থক লোকসকলৰ মাজত ভয়ৰ সৃষ্টি কৰিছে। ২০ লাখ গাজাৰ জনসংখ্যাক অনাহাৰৰ মাজলৈ ঠেলি দিয়া আৰু গণহত্যা কৰাৰ বাবে আমেৰিকাত ইজৰাইলৰ বিৰোধিতা বৃদ্ধি পাইছে আৰু ইয়াৰ পৰিণাম আমেৰিকাতো দেখা যায়।

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025