• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! ইজৰাইলৰ আক্ৰমণত ইৰাণৰ ১২০০ৰো অধিক আহত, নিহত হৈছে ২৪৪ জন

Nation NE by Nation NE
June 16, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! ইজৰাইলৰ আক্ৰমণত ইৰাণৰ ১২০০ৰো অধিক আহত, নিহত হৈছে ২৪৪ জন
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলৰ সৈতে উত্তেজনাৰ মাজতে ১৪ জুন, দেওবাৰে ইৰাণৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, বিগত তিনিদিনত ইজৰাইলৰ আক্ৰমণত ২২৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২০০ৰো অধিক লোক আহত হৈছে।

ইৰাণৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ হুছেইন কেৰমানপুৰে কয় যে ইজৰাইলৰ ৬৫ ঘণ্টাৰ বোমা বিস্ফোৰণত আহত হোৱা ১২৭৭ জন আহত হোৱাৰ লগতে নিহত ২২৪ জনৰ ভিতৰত মহিলা, পুৰুষ আৰু শিশুও আছে। লগতে তেওঁ কয় যে, মৃত্যু হোৱা লোকৰ ৯০% সাধাৰণ নাগৰিক।

ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে প্ৰকাশ কৰা অনুসৰি, এই আক্ৰমণত ইৰাণৰ চোৰাংচোৱা মুৰব্বী মহম্মদ কাজমি আৰু আন দুজন জেনেৰেলও নিহত হৈছে। এইবোৰৰ বাহিৰেও এই আক্ৰমণত বহু উচ্চ পৰ্যায়ৰ সামৰিক বিষয়া আৰু পাৰমাণৱিক বিজ্ঞানীয়েও প্ৰাণ হেৰুৱাইছে।

একে সময়তে ইজৰাইলে কয় যে ১২ জুনত দেশখনত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৯০ জন লোক আহত হৈছে। এ এফ পিৰ মতে, ইৰাণৰ এজন জ্যেষ্ঠ সামৰিক বিষয়াই দেওবাৰে সকীয়াই দিছিল যে, ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ লোৱা হ’ব।

দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, তেওঁৰ দেশখনে ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা অব্যাহত ৰাখিব। তেওঁ কয় যে, ইৰাণৰ পাৰমাণৱিক স্থান ইজৰাইল আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ বাবে ভাবুকি, গতিকে ইয়াক ধ্বংস কৰাটো প্ৰয়োজনীয়। নেতানিয়াহুৱে কয় যে, তেওঁলোকে দুটা ডাঙৰ লক্ষ্য পূৰণৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিব।প্ৰথমটো হ’ল পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি আৰু দ্বিতীয়টো হ’ল ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ভাবুকি।

লগতে তেওঁ কয় যে, নিজৰ সুৰক্ষাৰ বাবে তেওঁলোকে এই পদক্ষেপ লৈছে, কিন্তু তেওঁলোকৰ লক্ষ্য কেৱল নিজকে ৰক্ষা কৰাই নহয়, এই বিপজ্জনক চৰকাৰৰ পৰা বিশ্বক ৰক্ষা কৰা। বিশ্বৰ আটাইতকৈ বিপজ্জনক চৰকাৰখনৰ হাতত আটাইতকৈ বিপজ্জনক অস্ত্ৰ থকাটো উচিত নহয়।

Tags: ConflictIranIsrael

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025