• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জগন্নাথ মন্দিৰ ভাঙিবলৈ যোৱা ঔৰংগজেৱ সেনাই কিয় উলতি আহিবলৈ বাধ্য হৈছিল

Nation NE by Nation NE
August 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰসংগ: জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ সুৰংগ; অচিৰেই কৰা হ’ব লেজাৰ স্কেন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পুৰীৰ জগন্নাথ মন্দিৰ নিজৰ প্ৰচুৰ ঐশ্যৰ্য-বিভূতিৰ বাবে অতীজৰে পৰাই বাতৰিৰ শীৰ্ষত আছে। সুদীৰ্ঘ ৪৬ বছৰৰ পাছত, মন্দিৰৰ ৰত্ন ভান্দাৰ খোলা হৈছে। এইটো কোৱা হৈছে যে, এই মন্দিৰত ১০০ কিলোগ্ৰামতকৈও অধিক সোণ আৰু মূল্যৱান গহনা পোৱা গৈছে। ধনৰ পৰিমাণ ইমানেই বেছি আছিল যে, ১১ জন সদস্যৰ সমিতিয়ে ইয়াক আঁতৰাবলৈ ৭ ঘণ্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হৈছিল।

মন্দিৰৰ অপৰিসীম সৌন্দৰ্যৰ বাবে, ইতিহাস প্ৰসিদ্ধ জগন্নাথ মন্দিৰত বহুবাৰ আক্ৰমণ কৰা হৈছিল। যাৰ বাবে মোগল সম্ৰাট ঔৰঙ্গজেৱে এই মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল। কিন্তু আক্ৰমণ কৰাৰ পৰিৱৰ্তে তেওঁৰ দূতে উৰিষ্যাৰ ৰজাৰ সৈতে শান্তি চুক্তি কৰিছিল।

১৫৬৮ খ্ৰীঃত গজপতি ৰজা মুকুন্দা দেৱৰ মৃত্যুৰ লগে লগে উৰিষ্যা, বংগৰ আফগান শাসকসকলৰ হাতলৈ যায়। সেই সময়ত অৰাজকতা শীৰ্ষত আছিল। তেওঁ ৰামচন্দ্ৰ দেৱ নামলৈ নিজকে উৰিষ্যাৰ স্বাধীন সাৰ্বভৌম সম্ৰাট বুলি ঘোষণা কৰিছিল।

ঐতিহাসিক দস্তাবেজ অনুসৰি, মোগল সম্ৰাট ঔৰঙ্গজেৱে ১৬৮৬ চনত প্ৰথমে কটকৰ চুবেদাৰ নাছাৰ খানক জগন্নাথ মন্দিৰ ভাঙিবলৈ নিৰ্দেশ দিছিল। কোৱা হয় যে, নাছাৰ খান ঘোৰ হিন্দু বিৰোধী আছিল। নিৰ্দেশ অনুসৰি, খানে শ শ মন্দিৰ ভাঙি পেলাইছিল আৰু সেই ঠাইত মছজিদ নিৰ্মাণ কৰিছিল। এই উদ্দেশ্যৰ বাবে তেওঁ পুৰীৰ ফালেও আগবাঢ়ি গৈছিল।

শ্ৰী কৃষ্ণ কথামৃত আলোচনী অনুসৰি, নাছাৰ খানে পুৰী পোৱাৰ আগতে ওচৰৰ এখন গাঁৱত তেওঁৰ সেনাৰ সৈতে ৰাতিটো থাকিছিল। সেই নিশা আকাশৰ পৰা বজ্ৰপাত পৰি নাছাৰ খানৰ সেনাৰ বহুতো হাতী আৰু ঘোঁৰাৰ মৃত্যু হয়। নাছাৰ খানে এই ঘটনা ভগৱান জগন্নাথৰ খং বুলি বিবেচনা কৰি ভাঙি পেলোৱাৰ পৰিকল্পনা বন্ধ কৰিছিল।

নাছাৰ খানৰ বিফলতাত ঔৰঙ্গজেব স্তম্ভিত হৈ গৈছিল। তেওঁ আকৌ এবাৰ ১৬৯১ চনত মন্দিৰটো ভাঙি পৰম্পৰাগত ৰথ যাত্ৰা বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। ঔৰঙ্গজেবৰ আদেশ পাই উৰিষ্যাৰ নৱাব ইক্ৰাম খানে তেওঁৰ ভাতৃ মস্তৰাম খানৰ সৈতে লগ হৈ ১৬ তম বাৰৰ বাবে জগন্নাথ মন্দিৰ আক্ৰমণ চলাইছিল।

গজপতি দিব্যাসিং দেৱে যুঁজ বন্ধ কৰিবলৈ ইক্ৰাম খানক ৰথ যাত্ৰাৰ কাঠৰ ঘোঁৰা দিছিল। লগতে, ৪ টা কাঠৰ মূৰ্তিও দিছিল। তথ্য অনুসৰি, তেওঁ দিয়া মূৰ্তিবোৰ ভুৱা আছিল, যাতে ইক্ৰাম খানে সেই মূৰ্তিবোৰ ঔৰঙ্গজেৱক দি দিয়ে।

পিছে মূৰ্তিবোৰ পোৱাৰ পাছতো ঔৰঙ্গজেৱ সন্তুষ্ট হোৱা নাছিল। তেওঁ নিজৰ সেনাপতিক উৰিষ্যালৈ পঠিয়াইছিল আৰু পৰম্পৰাগত ৰথ যাত্ৰা সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। সেনা মোতায়েনৰ বাবে, ভক্তসকলে পুৰীলৈ অহা বন্ধ কৰি দিছিল। পৰৱৰ্তী ১২ বছৰৰ বাবে, পুৰীত উৎসৱ নিষিদ্ধ কৰা হৈছিল।

এক দশকৰো অধিক সময় ধৰি উৎসৱ নিষিদ্ধ কৰাৰ পাছত, ৰাম দয়তা গোস্বামী নামৰ এজন স্থানীয় মহন্তই বাদচাহৰ অনুমতি বিচাৰি সম্ৰাটৰ আদালতলৈ গৈছিল। ঘটনাক্ৰমে, গোস্বামীয়ে আদালতলৈ অহাৰ আগদিনা নিশা ঔৰঙ্গজেৱে সপোনত ঈশ্বৰক দেখিবলৈ পাইছিল। ঈশ্বৰে ঔৰঙ্গজেৱক ৰথ যাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল’বলৈ কৈছিল। পিছদিনা ৰাতিপুৱা যেতিয়া সম্ৰাটে এই বিষয়ে চিন্তা কৰি আছিল, তেতিয়াই ৰাম দায়িতা গোস্বামীয়ে ৰথ যাত্ৰাৰ অনুমতি ল’বলৈ বাদচাহৰ দৰবাৰলৈ আহিছিল।

তেতিয়া ঔৰঙ্গজেৱে কেৱল ৰথ যাত্ৰাৰ অনুমোদন দিয়াই নহয়, মন্দিৰ নিৰ্মানৰ বাবে প্ৰয়োজনীয় ভূমিও দান কৰিছিল। পাছলৈ উৰিষ্যাৰ ৰাজ্যপাল মুৰ্ছিদ কুলি খানে ১৭০৩ চনত আনুষ্ঠানিকভাৱে ৰথ যাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল।

Tags: Indian TempleJagannath TempleWorship

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025