• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চৰকাৰী বাসগৃহ খালী কৰিব জগদীপ ধনখড়ে, ক’ত হ’ব প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিৰ নতুন ঠিকনা?

Nation NE by Nation NE
August 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মণ্ডলৰ চূড়ান্ত তালিকা প্ৰস্তুত নিৰ্বাচন আয়োগৰ
Share on FacebookShare on TwitterWhatsApp

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক লৈ ওলাইছে এক ডাঙৰ খবৰ। শীঘ্ৰে উপ-ৰাষ্ট্ৰপতি হিচাপে দিয়া চৰকাৰী বাসগৃহ এৰি যাব প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিয়ে।

ৰাজস্থান বিধানসভাত নিজৰ বাবে পেঞ্চনৰ বাবে আবেদন জনাইছে জগদীপ ধনখড়ে। আচলতে তেওঁ পূৰ্বতে কংগ্ৰেছৰ পৰা টিকট লাভ কৰি ৰাজস্থানত বিধায়ক হিচাপে আছিল। কিন্তু উপ-ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ সেই পেঞ্চন বন্ধ হৈ পৰিলে,  পিছে এতিয়া তেওঁ প্ৰাক্তন বিধায়ক হিচাপে পুনৰ পেঞ্চন পাব পাৰে কাৰণ ৰাজস্থানত এটা নিয়ম আছে যে যদি কোনো ব্যক্তি বিধায়ক হোৱাৰ পিছত সাংসদ আৰু মন্ত্ৰী হয়, তেন্তে তেওঁ বিভিন্ন পদৰ বাবে পেঞ্চন পায়।

৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু তাৰ পূৰ্বে জগদীপ ধনখড়ে (৭৪) সংসদ ভৱন কমপ্লেক্সৰ সমীপৰ চাৰ্চ ৰোডত অৱস্থিত উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ খালী কৰিব লাগিব। স্বাস্থ্যজনিত কাৰণত ২১ জুলাইত নিজ পদৰ পৰা পদত্যাগ কৰে ধনখড়ে।

জগদীপ ধনখড়ে বিগত বছৰৰ এপ্ৰিল মাহত উপ-ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহলৈ স্থানান্তৰিত হৈছিল। সূত্ৰ অনুসৰি চৰকাৰী বাসগৃহ নোপোৱালৈকে তেওঁ ছাটাৰপুৰ এনক্লেভত থাকিব। নিয়ম অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক টাইপ-৮ বাংলো আবণ্টন দিয়া হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে (Directorate of Estates) তেওঁলোকৰ বাবে থকাৰ ব্যৱস্থা কৰে।

Tags: Jagdeep Dhankharshiftvice precident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025