• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিপদত শ্বাহৰুখ খান, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ; অভিনেতা কেইজনলৈ জাননী জাৰি…

Nation NE by Nation NE
March 8, 2025
in Top News, বিনোদন, ৰাষ্ট্ৰীয়
0 0
বিপদত শ্বাহৰুখ খান, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ; অভিনেতা কেইজনলৈ জাননী জাৰি…
Share on FacebookShare on TwitterWhatsApp

পান মছলা ব্ৰেণ্ড ‘বিমল’ৰ বিজ্ঞাপনক লৈ অভিনেতা অজয় ​​দেৱগন, টাইগাৰ শ্ৰফৰ লগতে হিন্দী চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানলৈ জাননী জাৰি কৰা হৈছে। এই আদেশ জয়পুৰস্থিত জিলা গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ ফ’ৰামে জাৰি কৰিছে।

যোগেন্দ্ৰ সিং নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত ফ’ৰামৰ অধ্যক্ষ গ্যাৰচিলাল মীনা আৰু সদস্য হেমলতা আগৰৱালে বলীউদৰ অভিনেতা কেইজনক জাননী জাৰি কৰিবলৈ কৈছে।

পান মছলাৰ এই বিজ্ঞাপন বিভ্ৰান্তিকৰ বুলি অভিযোগ উত্থাপন হৈছে। বিমল পান মছলাৰ বিজ্ঞাপনটোত দাবী কৰা হৈছে তাত কেশৰ আছে। অভিনেতা কেইজনে বিমল পান মছলাত কেশৰ থকাৰ দাবী কৰি ভুৱা অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি বিজ্ঞাপনটোত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন কৰিছে যোগেন্দ্ৰ সিঙে।

‘বোলো জুবান কেশৰী’ টেগ লাইনৰ এই বিজ্ঞাপনটোৱে পান মছলাৰ পেকেটত কেশৰ থকা বুলি দাবী কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে। বিজ্ঞাপনটোত দেখা যায় যে অভিনেতাসকলে যেতিয়াই পান মছলাৰ পেকেটটো খোলে তেতিয়া তাৰ পৰা কেশৰ ওলাব আৰম্ভ কৰে।

এই বিজ্ঞাপনত শ্বাহৰুখ খান আৰু অজয় ​​দেৱগনৰ উপৰি টাইগাৰ শ্ৰফকো দেখা যায়। ইয়াৰ পূৰ্বে অক্ষয় কুমাৰকো শ্বাহৰুখ খান আৰু অজয় ​​দেৱগনৰ সৈতে দেখা গৈছিল যদিও বিতৰ্কৰ পিছত অক্ষয় কুমাৰে ইয়াৰ পৰা আঁতৰি আহে।

উল্লেখ্য যে, বিমলৰ ব্ৰেণ্ড এম্বেছদৰ আছিল অক্ষয় কুমাৰ। কিন্তু এই বিজ্ঞাপনক লৈ ছ’চিয়েল মিডিয়াত হোৱা সমালোচনাৰ পিছতেই তেওঁ ইয়াৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছিল। তেওঁ কৈছিল যে মই কোনো ধৰণৰ ধপাত জাতীয় সামগ্ৰীক সমৰ্থন নকৰো।

Tags: Ajay DevgnPan MasalaShahrukh KhanTiger ShroffVimal

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025