• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 19, 2026
23 °c
Guwahati
23 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিনা প্ৰতিদ্বন্দ্বিতাৰে এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ উপাধ্যক্ষ পদত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

Nation NE by Nation NE
January 7, 2025
in Top News, অসম, ক্ৰীড়া
0 0
বিনা প্ৰতিদ্বন্দ্বিতাৰে এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ উপাধ্যক্ষ পদত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা
Share on FacebookShare on TwitterWhatsApp

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এটা ভাল খবৰ। এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ উপ-সভাপতি পদত অধিষ্ঠিত হ’ল অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। চাৰি বছৰীয়া কাৰ্যকালৰ বাবে মন্ত্ৰী বৰুৱাই বিনা প্ৰতিদ্বন্দ্বিতাৰে উপ-সভাপতি পদত নিৰ্বাচিত হয়।

চণ্ডীগড়ত অনুষ্ঠিত হোৱা এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ বাৰ্ষিক সাধাৰণ সভাত মন্ত্ৰী বৰুৱাক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।

এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় বাহাদুৰ সিং। সম্পাদক পদত সন্দীপ মেহতা আৰু জ্যেষ্ঠ উপাধ্যক্ষ পদত প্ৰাক্তন এথলীট অঞ্জু ববি জৰ্জ নিৰ্বাচিত হয়।

সাধাৰণ সভাৰ পিছতে নৱনিৰ্বাচিত উপাধ্যক্ষ জয়ন্তমল্ল বৰুৱাই ফেডাৰেচনৰ নৱনিৰ্বাচিত সদস্যসকলক অসমৰ স্বাভিমান গামোছাৰে সম্বৰ্ধনা জনায়। এই ভিডিঅ’ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজৰ ফেচবুক পেজযোগে শ্বেয়াৰ কৰিছে।

তেওঁ লগতে ফেডাৰেচনে ন্যস্ত কৰা আস্থা আৰু দায়িত্বই গভীৰভাৱে সন্মানিত কৰা বুলিও মন্তব্য কৰে।

উল্লেখ্য যে, সম্প্ৰতি আছাম এথলেটিকছ এছ’চিয়েচনৰ সভাপতিৰ দায়িত্বত আছে জয়ন্তমল্ল বৰুৱা। নৱনিৰ্বাচিত এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ উপাধ্যক্ষ পদত নিৰ্বাচিত হোৱাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।

Tags: Athletic Federation of IndiaJayanta Mallabaruah

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026
শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025