• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 24, 2026
28 °c
Guwahati
26 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশৰ বাবে ভাল খবৰ; এইখন ৰাজ্যত লাভ কৰিছে ইউৰেনিয়ামৰ বৃহৎ ভাণ্ডাৰ

Nation NE by Nation NE
March 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশৰ বাবে ভাল খবৰ; এইখন ৰাজ্যত লাভ কৰিছে ইউৰেনিয়ামৰ বৃহৎ ভাণ্ডাৰ
Share on FacebookShare on TwitterWhatsApp

সমগ্ৰ দেশৰ বাবে এক সুখবৰ। এতিয়াৰে পৰা দেশত সম্পৰ্ণৰূপে নাইকীয়া কৰিব পৰা যাব বিদ্যুতৰ সংকট। ৰাজস্থানৰ ছিকাৰত ইউৰেনিয়াম খননৰ অনুমোদন আৰু আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত দেশখনে পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে বৃহৎ ইউৰেনিয়াম ভাণ্ডাৰ লাভ কৰিব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে বুধবাৰে লোকসভাত এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে ছিকাৰত ইউৰেনিয়ামৰ বৃহৎ ভাণ্ডাৰ আৱিষ্কাৰ সন্দৰ্ভত সাংসদগৰাকীয়ে দিয়া তথ্য একেবাৰে শুদ্ধ।

চিপিআইৰ সাংসদ আমৰা ৰামে উত্থাপন কৰা পৰিপূৰক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে পৰিৱেশ অনুমোদনৰ অভাৱত কাম স্থবিৰ হৈ পৰিছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ বজাই ৰখা হৈছে। খননৰ অনুমোদন আৰু আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত আমি নিশ্চিতভাৱে ৰাজস্থানৰ পৰা এটা ডাঙৰ ইউৰেনিয়াম ভাণ্ডাৰ লাভ কৰিম।

উল্লেখ্য যে, মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই উত্তৰ প্ৰদান কৰি থকাৰ সময়ত সদনত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সিঙে কয় যে দেশত চলি থকা মুঠ ২৫টা পাৰমাণৱিক শক্তি ৰিয়েক্টৰৰ ভিতৰত সৰ্বাধিক ৭টা আছে ৰাজস্থানত।

ইয়াৰ উপৰি তেওঁ কয় যে এইবাৰ বাজেটত পাৰমাণৱিক অভিযানৰ কথা ঘোষণা কৰা হৈছে আৰু ইয়াৰ বাবে সুকীয়া ধন নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৩-১৪ চনত পাৰমাণৱিক শক্তিৰ বাজেট ১৩,৮৭৯ কোটি টকা আছিল যদিও এতিয়া ২৩ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে।

চৰকাৰে পাৰমাণৱিক শক্তিৰ সম্ভাৱনা ২০৩১-৩২ চনৰ ভিতৰত বৰ্তমানৰ ৮,১৮০ মেগাৱাটৰ পৰা ২২,৪৮০ মেগাৱাটলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।

Tags: Jitendra SinghRajasthanSikarUranium

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ
Top News

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

May 24, 2026
চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা
Top News

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

May 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 23, 2026

শীৰ্ষ সংবাদ

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025