• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 2, 2026
25 °c
Guwahati
27 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুছলমানৰ জাকাতৰ দৰে হিন্দু বা অমুছলমানে দিব লাগিব জিজিয়া কৰ

Nation NE by Nation NE
August 24, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
মুছলমানৰ জাকাতৰ দৰে হিন্দু বা অমুছলমানে দিব লাগিব জিজিয়া কৰ
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দিনত দেশখনক ইছলামিক জাতি হিচাপে গঢ়ি তোলাৰ দিশত পদক্ষেপ ত্বৰান্বিত কৰা হৈছে। বৃহত্তম ইছলামিক দল জামাত-ই-ইছলামীয়ে এতিয়া দেশত শ্বৰীয়ত আইন কাৰ্যকৰী কৰাৰ চেষ্টা চলাইছে।

এক প্ৰতিবেদন অনুসৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সমৰ্থিত এই সংগঠনটোৱে হিন্দু আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘুৰ ওপৰত জাজিয়া কৰ আৰোপ কৰিবলৈ আৰম্ভ কৰিছে। এই সিদ্ধান্তক বাংলাদেশৰ ধৰ্মনিৰপেক্ষ গাঁথনি ইছলামিক শাসনলৈ সলনি কৰাৰ লক্ষণ বুলি বিবেচিত হৈছে। বিশেষ কথাটো হ’ল এই সমগ্ৰ বিষয়ত ইউনুছ চৰকাৰ মৌন৷

এক প্ৰতিবেদন অনুসৰি জামাত-ই-ইছলামীয়ে ২০২৫ চনৰ ১ আগষ্টৰ পৰা হিন্দু আৰু অমুছলমানৰ পৰা জিজিয়া কৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে।ইয়াৰ পূৰ্বে ২৫ জুলাইত জামাতৰ মুৰব্বী ডাঃ ছফিকুৰ ৰহমানে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে অমুছলমানে এই কৰ দিব লাগিব, যেনেকৈ মুছলমানে জাকাট দিব লাগে।

জাজিয়া হৈছে ইছলামিক কৰ, যিটো অমুছলমানৰ ওপৰত আৰোপ কৰা হয়। মধ্যযুগীয় ইছলামিক শাসনত ই সাধাৰণ আছিল আৰু সমালোচকসকলে ইয়াক সদায় অমুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰাৰ নীতি বুলি গণ্য কৰি আহিছে। বৰ্তমানৰ বাংলাদেশত ইয়াৰ প্ৰৱৰ্তন দেশৰ ধৰ্মনিৰপেক্ষ নীতিৰ পৰা আঁতৰি আহি ইছলামিক শাসন কাৰ্যকৰী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ বুলি বিবেচিত হৈছে।

জামাত-ই-ইছলামীৰ ইতিহাস বাংলাদেশৰ বিতৰ্ক আৰু নিষ্ঠুৰতাৰ সৈতে জড়িত। ১৯৭১ চনৰ মুক্তিযুদ্ধৰ সময়ত ই পাকিস্তানক সমৰ্থন কৰিছিল আৰু পাকিস্তানী সেনাৰ লগতে বঙালী নাগৰিকৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল। আজিও এই সংগঠনটোৰ সমৰ্থন আছে পাকিস্তান আই এছ আই আৰু বহু ইছলামিক-জেহাদী সংগঠনৰ। এই কাৰণেই বাংলাদেশত সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ বৃদ্ধি পাইছে।

Tags: Bangladeshjizya taxMohammad Yunus

Related Posts

মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ‘তালৱাৰ বাবা’; তৰোৱাল লৈ এইদৰেই জনসাধাৰণক শোষণ
Top News

April 2, 2026
নিজৰ খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক নহৰু, পুৰুষৰ বাবে কিয় উপযোগী এইবিধ খাদ্য

পাকিস্তানৰ মুখত মোক্ষম আঘাত এই মুছলমান দেশৰ, বন্ধ কৰিলে এই গুৰুত্বপূৰ্ণ সুবিধা

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025