• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 6, 2025
29 °c
Guwahati
29 ° Sat
30 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ঠিকাদাৰক ভাবুকি প্ৰদান কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী বিজেপি বিধায়ক

      Nation NE by Nation NE
      September 14, 2024
      in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
      0 0
      ঠিকাদাৰক ভাবুকি প্ৰদান কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী বিজেপি বিধায়ক
      Share on FacebookShare on TwitterWhatsApp

      কৰ্ণাটকৰ বেংগালুৰু ৰাজ ৰাজেশ্বৰী নগৰৰ পৰা বিজেপি বিধায়ক মুনিৰত্নক কোলাৰ জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কোলাৰ আৰক্ষীৰ সহায়ত বেংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিজেপি বিধায়কজনক।

      শুকুৰবাৰে বেংগালুৰু মহানগৰ নিগমৰ দুজন ঠিকাদাৰে তেওঁৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিয়া, উৎকোচ লোৱা আৰু জাতি সম্পৰ্কীয় নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল।

      এই ঠিকাদাৰ দুজনে মুনিৰত্নৰ এটা অডিঅ’ বাৰ্তাও ভাইৰেল কৰিছে য’ত বিধায়কজনে তেওঁলোকক গালি-গালাজ আৰু ভাবুকি দিয়া স্পষ্ট ৰূপত শুনা যায়।

      তথ্য অনুসৰি বেংগালুৰু আৰক্ষীয়ে বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে দুটাকৈ এফআইআৰ ৰুজু কৰে। গোচৰ ৰুজু হোৱাৰ পিছত মুনিৰত্ন গোপনে বেংগালুৰুৰ পৰা কোলাৰলৈ গুচি যায়।

      আৰক্ষীৰ দলটোৱে বেংগালুৰুৰ বিভিন্ন স্থানত তেওঁক বিচাৰি অভিযান চলাই যদিও কোনো সম্ভেদ লাভ কৰা নাছিল। আৰক্ষীয়ে জনোৱা মতে, আজি বিয়লি ৪.৩০ বজাত তেওঁ কোলাৰৰ মুলবাগালত থকা বুলি তথ্য লাভ কৰে।

      ইয়াৰ পিছতে বেংগালুৰুৰ পৰা আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হৈ মুনিৰত্নক গ্ৰেপ্তাৰ কৰে। অধিক সোধা-পোছাৰ বাবে বিধায়কজনক বেংগালুৰুলৈ অনা হ’ব।

      গ্ৰেপ্তাৰৰ পিছতেই এই কাৰ্যক ৰাজনৈতিক কু-অভিপ্ৰায় বুলি অভিহিত কৰি আইনী যুঁজত অৱতীৰ্ণ হ’ব বুলি মুনিৰত্নই কয়।

      Tags: ArrestBJPKarnatakaMLA

      Related Posts

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      June 6, 2025
      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      June 6, 2025
      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
      Top News

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 6, 2025
      ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ
      Top News

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      June 5, 2025

      শীৰ্ষ সংবাদ

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist