• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাশীত এইবাৰ পালন কৰা হ’ব মিঠা ঈদ, পৌৰ নিগমৰ নতুন সিদ্ধান্ত

Nation NE by Nation NE
March 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কাশীত এইবাৰ পালন কৰা হ’ব মিঠা ঈদ, পৌৰ নিগমৰ নতুন সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

ধৰ্মীয় চহৰ কাশীত নৱৰাত্ৰিৰ সময়ত আমিষ খাদ্য বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৌৰ নিগমৰ কাৰ্যনিৰ্বাহক বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

সমগ্ৰ নৱৰাত্ৰিত কাশীত বন্ধ থাকিব সকলো আমিষ খাদ্যৰ দোকান। নৱৰাত্ৰি উৎসৱ ৩০ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ হ’ব। এনে পৰিস্থিতিত ৩১ মাৰ্চত পবিত্ৰ ঈদৰ দিনটোতো আমিষ খাদ্যৰ দোকান বন্ধ থাকিব। কাৰ্যবাহী সদস্য মদন মোহনৰ প্ৰস্তাৱৰ ওপৰত গভীৰ বিবেচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।

দুদিন পূৰ্বে হিন্দু সংগঠনসমূহেও নৱৰাত্ৰিৰ সময়ত নন-ভেজ বিক্ৰী নিষিদ্ধ কৰাৰ বাবে প্ৰশাসনক স্মাৰক পত্ৰ দাখিল কৰিছিল। স্মাৰক পত্ৰখনৰ জৰিয়তে তেওঁলোকে আবেদন জনায় যে, কাশী পৌৰাণিক নগৰ আৰু নৱৰাত্ৰিৰ সময়ত ইয়াত শক্তি পূজা কৰা হয়। এই সকলোবোৰ বিবেচনা কৰিয়েই নৱৰাত্ৰিত কাশীত আমিষ খাদ্য বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা উচিত।

মেয়ৰ অশোক তিৱাৰীয়ে কয় যে, সমগ্ৰ নৱৰাত্ৰিত আমিষ খাদ্যৰ দোকান সম্পূৰ্ণৰূপে বন্ধ থাকিব। এই কথা কঠোৰভাৱে পালন কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ নৱৰাত্ৰি আৰম্ভ হোৱাৰ আগতেই নলা চাফা কৰা, ষ্ট্ৰীট লাইট লগোৱা আৰু পথ নির্মাণ কৰা আদি কাৰ্য সম্পূর্ণ কৰিব লাগে৷ এই সিদ্ধান্তই ঈদৰ উৎসৱতো প্ৰভাৱ পেলাব বুলিও তেওঁ কয়। ঈদও ৩১ মাৰ্চত পৰিছে, গতিকে ইয়াৰ এইবাৰ কাশীত কেৱল মিঠা ঈদহে পালন কৰা হ’ব।

এই সিদ্ধান্ত সন্দৰ্ভত পৌৰ নিগমৰ বিৰোধী দলপতি তথা এছ পি কাউন্সিলাৰ অমৰদেৱ যাদৱে কয় যে, পূৰ্বে কেৱল স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আৰু গান্ধী জয়ন্তীতহে আমিষ খাদ্য বিক্ৰী নিষিদ্ধ কৰা হৈছিল। কিন্তু বিজেপিয়ে এতিয়া সৃষ্টি কৰিছে এক নতুন পৰম্পৰা।এইয়া বিজেপিৰ সংখ্যাগৰিষ্ঠতা বৃদ্ধিৰ এক ষড়যন্ত্ৰ। ইয়াৰ দ্বাৰা বিজেপিয়ে সমাজত সাম্প্ৰদায়িক ৰাজনীতিৰ সৃষ্টি কৰিব বিচাৰিছে।

Tags: KASHINavaratriUttar Pradesh

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025