• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতক সহায় কৰিবলৈ সাজু আমেৰিকা, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাকিস্তানৰ বিৰুদ্ধে?

Nation NE by Nation NE
April 24, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভাৰতক সহায় কৰিবলৈ সাজু আমেৰিকা, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাকিস্তানৰ বিৰুদ্ধে?
Share on FacebookShare on TwitterWhatsApp

২৩ এপ্ৰিল মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণ সচাঁকৈ গৰিহণাৰ যোগ্য। মঙলবাৰে বিয়লি ৩  বজাত উগ্ৰপন্থীয়ে পেহেলগামৰ সৌন্দৰ্য্য উপভোগ কৰি খকা পৰ্যটকৰ দলক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰে।

পুলৱামা আক্ৰমণৰ পিছত ভাৰতত এইটোৱেই আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ বুলি অনুমান কৰা হৈছে। সমগ্ৰ বিশ্বই এই ঘটনাক গৰিহণা দিছে।  ইতিমধ্যে সকলো প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে সম্পূৰ্ণ  ধৰ্মীয় পৰিচয়ৰ ভিত্তিত এই আক্ৰমণ সংঘটিত হৈছে। ভুক্তভোগীক কলিমা পঢ়িব দিয়াৰ লগতে গুপ্তাংগ পৰীক্ষা কৰা হৈছিল। স্থানীয় সূত্ৰই দাবী কৰিছে যে উগ্ৰপন্থীয়ে সামৰিক পোছাক পৰিধান কৰি আহিছিল।

ইতিমধ্যে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। জনা যায় যে, এই সংগঠনটো পাকিস্তানৰ আই এছ আইৰ সহযোগী। সেয়েহে সন্ত্ৰাসবাদী আক্ৰমণত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানো জড়িত থকাৰ স্পষ্ট ইংগিত পোৱা গৈছে। গতিকে ভাৰতে এই ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা ল’ব সেয়া লক্ষণীয় হ’ব।

ইতিমধ্যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই ঘটনা সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ যোগাযোগ কৰিছে। জম্মু-কাশ্মীৰৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে ট্ৰাম্পে।

তেওঁ কয় যে আমেৰিকাই এই ক্ষেত্ৰত ভাৰতক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু হৈ আছে। লগতে ট্ৰাম্পে কয় যে, যিকোনো ধৰণৰ সহায়ৰ বাবে আমেৰিকাই ভাৰতৰ কাষত থিয় দিব। এই সন্ত্ৰাসবাদী আক্ৰমণত ভাৰত আৰু আমেৰিকাই একেলগে যুঁজিব বুলি ট্ৰাম্পে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ছৌদি আৰৱ ভ্ৰমণলৈ গৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু এই আক্ৰমণৰ খবৰ লাভ কৰিয়েই ছৌদি আৰৱৰ ভ্ৰমণ মাজভাগত এৰি দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। আনহাতে আজি শ্ৰীনগৰৰ পৰা পহলগামত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ।

Tags: AmericaIndiakashmirPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025