• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সন্তান জন্ম দিয়াৰ পূৰ্বে কৰি লওক এই কাম; এই কামে সকাহ দিব আপোনাৰ পৰিয়ালক  

Nation NE by Nation NE
August 3, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সন্তান জন্ম দিয়াৰ পূৰ্বে কৰি লওক এই কাম; এই কামে সকাহ দিব আপোনাৰ পৰিয়ালক  

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

প্ৰসূতি বীমা আঁচনি হৈছে এক বিশেষ প্ৰকাৰৰ স্বাস্থ্য বীমা আঁচনি, যিয়ে প্ৰসৱৰ সময়ত চিকিৎসালয়ত ভৰ্তি হোৱা আৰু ঔষধৰ বাবে চিকিৎসা ব্যয়ত যথেষ্ট সহায় কৰে। পিতৃত্ব এটা দম্পতিৰ বাবে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অভিজ্ঞতা।

এই আঁচনিৰ অধীনত সামৰি লোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে যদিহে পৰিয়াল পৰিকল্পনাৰ সময়ছোৱাত এগৰাকী মহিলাই বন্ধ্যাত্বৰ বলি হয় বা তেওঁ ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন (IVF) বা বন্ধ্যাত্বৰ চিকিৎসা কৰে, তেন্তে সমগ্ৰ খৰচ বহণ কৰিব প্ৰসূতি বীমা কোম্পানীয়ে।

ইয়াৰ উপৰি মহিলাসকলৰ গৰ্ভাৱস্থাৰ সময়চোৱাত হোৱা যিকোনো ধৰণৰ ৰোগৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াই প্ৰসূতি বীমা কোম্পানীয়ে। IVFৰ বাবেও কিছু পৰিমাণৰ ধন যোগান ধৰে কোম্পানীয়ে।

শিক্ষা, কেৰিয়াৰৰ উন্নতি আৰু সন্তান জন্ম দিয়াত পলম হোৱাকে ধৰি মহিলাসকলৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ সৈতেও এই বীমা কোম্পানীসমূহ খাপ খাই পৰিছে। এই পৰিৱৰ্তনে বহল কভাৰেজৰ সৈতে বহুতো প্ৰসূতি পৰিকল্পনাৰ সূচনা কৰিছে।

বহুতো আগশাৰীৰ বীমা কোম্পানীয়ে ইতিমধ্যে প্ৰসূতিৰ কভাৰেজৰ বাবে অপেক্ষাৰ সময় ২-৩ বছৰৰ পৰা ৯-১২ মাহলৈ হ্ৰাস কৰিছে, যাৰ ফলত গৰ্ভাৱস্থাৰ সময়ত আৰ্থিক সাহায্যৰ তাৎক্ষণিক সুবিধা লাভ কৰাত যথেষ্ট সুবিধা হৈছে।

পৰিয়াল পৰিকল্পনাৰ সিদ্ধান্তটো জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ইয়াৰ বাবে বহুত টকাৰো প্ৰয়োজন হয়। ভাৰতত ইয়াৰ অপেক্ষাৰ সময় ৯ মাহৰ পৰা ৪ বছৰলৈকে হ’ব পাৰে।

সেয়ে পৰিয়াল পৰিকল্পনা কৰা ব্যক্তিসকলে প্ৰয়োজনৰ সময়ত সকলো ধৰণৰ সুবিধা সম্পূৰ্ণৰূপে উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ আগতীয়াকৈ প্ৰসূতি স্বাস্থ্য বীমা পৰিকল্পনা নিশ্চিত কৰাটো বাঞ্ছনীয়।

Tags: HospitalMaternity Insurance SchemePregnancy

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025