• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত কি কয় সাংসদ কংগনা ৰনৌতে?

Nation NE by Nation NE
April 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
তিনিওখন কৃষি আইন পুনৰ কাৰ্যকৰী কৰিব লাগে : সাংসদ কংগনাৰ মন্তব্যত সৰৱ কংগ্ৰেছ
Share on FacebookShare on TwitterWhatsApp

ৱাকফ সংশোধনী বিধেয়কক লৈ চলি থকা বিতৰ্কৰ মাজতে অভিনেত্ৰীৰ পৰা সাংসদ হোৱা কংগনা ৰনৌতে আজি সংসদ ভৱনৰ বাহিৰত এই বিধেয়কখনক লৈ সাংবাদিকৰ আগত নিজৰ মত ব্যক্ত কৰে।

সাংসদগৰাকীয়ে কয় যে ৱাকফ সংশোধনী বিধেয়কখনৰ লক্ষ্য হৈছে আমাৰ দেশক ধ্বংস কৰা দুৰ্নীতিৰ অন্ত পেলোৱা। প্ৰধানমন্ত্ৰী মোদীৰ বাবেই আমি এই সৌভাগ্যৱান দিনটো চাবলৈ সক্ষম হৈছো। এই বিধেয়কৰ জৰিয়তে দিয়া প্ৰত্যক্ষ বাৰ্তাটো হ’ল কোনো ব্যক্তি, প্ৰতিষ্ঠান বা ধৰ্মীয় সংগঠন আইনৰ ওপৰত নহয়।

হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ পৰা সাংসদ ৰনৌতে এই প্ৰস্তাৱিত আইনখনৰ প্ৰশংসা কৰি কয় যে ভাৰতত ৱাকফ সম্পত্তিৰ ব্যৱস্থাপনা আৰু প্ৰশাসন উন্নত কৰাৰ লক্ষ্য লোৱা আইন বা সংবিধানৰ ওপৰত কোনো ব্যক্তি বা সংগঠন নাই।

উল্লেখ্য যে, বুধবাৰে প্ৰায় ১২ ঘণ্টাৰ চৰ্চাৰ অন্তত ৱাকফ সংশোধনী বিধেয়কখন লোকসভাত গৃহীত হৈছিল। গভীৰ নিশা প্ৰায় ২ বজাত এই বিধেয়কখন ২৮৮-২৩২ ভোটত বিধেয়কখন গৃহীত হয়।

ইফালে আজি ৰাজ্যসভাত উত্থাপন কৰা হয় এই বিধেয়কখন। সম্প্ৰতি উচ্চ সদনত এই বিধেয়কখন সন্দৰ্ভত অব্যাহত আছে চৰ্চা। ৰাজ্যসভাতো এই বিধেয়কখন গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Tags: BJPKangana RanautWaqf Amendment Bill

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025