• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
23 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশন

Nation NE by Nation NE
March 13, 2025
in Top News, অসম
0 0
আজিৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশন
Share on FacebookShare on TwitterWhatsApp

কোকৰাঝাৰ জিলাৰ দোতমাৰ বডোফা পথাৰত আজিৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে আৰম্ভ হৈছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশন। অধিবেশনক কেন্দ্ৰ কৰি বডোফা পথাৰ তথা অধিবেশনথলী চালে চকুৰোৱা ৰূপত সজাই তোলা হৈছে।

ইয়াৰ উপৰি অধিবেশনথলীৰ চৌপাশে এবছুৰ হাজাৰ-হাজাৰ হালধীয়া পতাকাৰে অঞ্চলটো সজাই পৰাই তুলিছে আৰু যাৰ বাবে এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হৈছে।

আজি অধিবেশনৰ মুখ্য প্ৰৱেশদ্বাৰ উদ্বোধনেৰে অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰীয়ে। প্ৰদৰ্শনী আৰু গ্ৰন্থ মেলাৰ দ্বাৰ উদ্বোধন কৰে বিধায়ক তথা উদযাপন সমিতিৰ অধ্যক্ষ লৰেন্স ইছলাৰীয়ে।

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামাকৰণ কৰা অধিবেশনৰ মঞ্চ আৰু মুখ্য ৰভা উদ্বোধন কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই৷ ইয়াৰ পাছতে পৰ্যায়ক্ৰমে প্ৰতিনিধি সভা গৃহ, অতিথিশালা, ভোজনালয় গৃহৰ উদ্বোধন কৰা হয়।

আজি বিয়লি ৫ বজাৰ পৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু সন্ধিয়া ৭ বজাৰ পৰা প্ৰথম প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, অধিবেশনত ৰাজ্যৰ ২২ খন জিলাৰ পৰা প্ৰায় পাঁচ হাজাৰ প্ৰতিনিধি আৰু পৰ্যবেক্ষককে অংশগ্ৰহণ কৰিব। ইতিমধ্যে আজি পুৱাৰ ভাগতে বহু প্ৰতিনিধি অধিবেশনথলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷

ইফালে এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনত এইবাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহে অহা ১৬ মাৰ্চত এবছুৰ কেন্দ্ৰীয় অধিবেশন উপলক্ষ্যে অনুষ্ঠিত হবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আনহাতে অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ ১৪ মাৰ্চত অনুষ্ঠিত হবলগীয়া শিক্ষা আৰু যুৱ সমাৰোহ অনুষ্ঠানত অংশ ল’ব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

Tags: ABSUABSU ConferenceKokrajhar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026
শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025