• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হিট ছবি উপহাৰ দিয়া প্ৰযোজকে কৰিলে আত্মহত্যা

Nation NE by Nation NE
February 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
হিট ছবি উপহাৰ দিয়া প্ৰযোজকে কৰিলে আত্মহত্যা
Share on FacebookShare on TwitterWhatsApp

তেলেগু চলচ্চিত্ৰ নিৰ্মাতাৰ পৰা ড্ৰাগছ বেপাৰী হোৱা কে পি চৌধাৰী ওৰফে সুংকৰা কৃষ্ণ প্ৰসাদ চৌধাৰীয়ে গোৱাত আত্মহত্যা কৰা বুলি জানিব পৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি চলচ্চিত্ৰ জগতৰ লোকসকলে কয় যে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা চৌধাৰী মানসিকভাৱে ভাহি পৰিছিল আৰু আৰ্থিক সমস্যাৰো সন্মুখীন হৈছিল।

খাম্মাম জিলাৰ বাসিন্দা কে পি চৌধাৰীয়ে ২০১৬ চনত চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। তেওঁ জনপ্ৰিয় তেলেগু ছবি কাবালিৰ প্ৰযোজক আছিল। ২০২৩ চনত ছাইবৰাবাদ আৰক্ষীয়ে ৯৩ গ্ৰাম কোকেইনসহ গ্ৰেপ্তাৰ কৰিছিল চৌধাৰীক।

আৰক্ষীয়ে জনোৱা অনুসৰি, তেলেগু আৰু তামিল চলচ্চিত্ৰ উদ্যোগৰ অভিনেতা-অভিনেত্ৰী তথা বিভিন্ন ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ যোগান ধৰিছিল চৌধাৰীয়ে। অভিযোগ অনুসৰি তেওঁ নাইজেৰিয়াৰ নাগৰিক পেটিট আবুজাৰৰ পৰা গাঞ্জা ক্ৰয় কৰিছিল আৰু নিজৰ অঞ্চলত ব্যক্তিগত ব্যৱহাৰ আৰু যোগানৰ বাবে ব্যৱহাৰ কৰিছিল।

উল্লখ্য যে, শেহতীয়াকৈ চৌধাৰীয়ে গোৱালৈ স্থানান্তৰিত হৈছিল আৰু ইয়াতেই আৰম্ভ কৰিছিল ব্যৱসায়। ব্যৱসায়ত লোকচান হোৱাৰ বাবেই মানসিকভাৱে ভাগি পৰিছিল বুলি আৰক্ষীয়ে জনায়।

Tags: KP ChoudharySuicide

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025