• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, July 20, 2025
28 °c
Guwahati
30 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    দৃষ্টি ৰাজখোৱাসহ কেইবাজনো নেতাৰ বিজেপিত যোগদান

    পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া

    পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ইন্টাৰনেট নোহোৱাকৈ আপুনি শ্বেয়াৰ কৰিব পাৰে গুগল মেপৰ লোকেশ্যন; কৰিব লাগিব মাত্ৰ এটা সাধাৰণ কাম…

      Nation NE by Nation NE
      August 1, 2024
      in Top News, অসম, উত্তৰ পূৱ, ৰাষ্ট্ৰীয়
      0 0
      ইন্টাৰনেট নোহোৱাকৈ আপুনি শ্বেয়াৰ কৰিব পাৰে গুগল মেপৰ লোকেশ্যন; কৰিব লাগিব মাত্ৰ এটা সাধাৰণ কাম…
      Share on FacebookShare on TwitterWhatsApp

      ইন্টাৰনেট আজিৰ তাৰিখত এক এৰাব নোৱাৰা অংগ। ইন্টাৰনেটৰ বাবে গোটেই বিশ্বখন মানুহৰ হাতৰ মুঠিত উপলব্ধ হৈছে। ইন্টাৰেনট অবিহনে মানুহে এটা দিনো কল্পনা কৰিব নোৱাৰে। বিশেষকৈ স্মাৰ্ট ফোন থকাৰ পৰা মানুহে ইচ্ছা গ’লেই দেশ-বিদেশৰ খবৰ লাভ কৰিব পাৰে।

      অচিনাকী ঠাইলৈ গ’লে গুগল মেপৰ প্ৰয়োজন হয়। গুগল মেপৰ জৰিয়তে অচিনাকী ঠাইৰ সন্ধান পোৱাটো সহজ হৈ পৰিছে। অৱশ্যে, ইন্টাৰনেট অবিহনে গুগল মেপ আমি হুৱাটছএপৰ জৰিয়েত শ্বেয়াৰ কৰিব নোৱাৰো।

      এতিয়াৰে পৰাই ইন্টাৰেনট অবিহনে আপুনি শ্বেয়াৰ কৰিব পাৰিব গুগল মেপ। তাৰবাবে মাত্ৰ আপুনি কৰিব লাগিব এটা সাধাৰণ কাম।

      প্ৰথমে আপুনি আপোনাৰ মোবাইলত থকা কম্পাচটো খুলিব লাগিব। ইয়াৰ তলতে আপুনি অক্ষাংশ আৰু দ্ৰাঘিমাংশত গৈ ক্লিক কৰক। তাৰ পিছত আপুনি শ্বেয়াৰ অপচনত গৈ আপুনি শ্বেয়াৰ কৰিব বিচৰা ব্যক্তিজনৰ এছএমএছ শাখালৈ গৈ প্ৰেৰণ কৰিব পাৰে।

      ইয়াৰ পিছত যিজন ব্যক্তিয়ে বাৰ্তাটো লাভ কৰিব তেওঁ বাৰ্তাটো অপেন কৰি কপি কৰি ল’ব। তাৰ পিছত গুগল মেপত গৈ পেষ্ট কৰি এন্টাৰ কৰি দিব। তাৰ পিছত আপোনাক গুগল মেপে লোকেশ্যনৰ নিৰ্দেশনা প্ৰদান কৰিব।

      ইয়াৰ উপৰিও আপুনি কথা নোকোৱাকৈ ফোনত কথা পাতিব পাৰে। ধৰি লোৱা হ’ল আপুনি এখন সভা বা তেনেকুৱা ধৰণৰ অনুষ্ঠানত আছে। আপুনি কথা পাতিবলৈ সুবিধা লাভ কৰা নাই। তেতিয়া আপোনাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।

      ইয়াৰ বাবে আপুনি আইফোনৰ ছেটিংছলৈ যাওঁক আৰু ব্যক্তিগত কন্ঠস্বৰ টাইপ অপচনটো সন্ধান কৰক। অপচনটোত গৈ ক্লিক কৰক আৰু পাৱাৰ বুটামটো তিনিবাৰ টিপক। তাৰ পিছত আপুনি কলটোত কি ক’ব বিচাৰে সেইয়া টাইপ কৰক। আপুনি যি লিখিছে সেইয়া কলটোত আপোনাৰ কন্ঠস্বৰলৈ পৰিৱৰ্তন হ’ব।

      Tags: #AssamGoogle mapIndiainternet

      Related Posts

      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      অসম

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      July 20, 2025
      বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
      Top News

      July 19, 2025
      বিস্ফোৰণত কঁপি উঠিল পাকিস্তানৰ কুৱেটা চহৰ; মৃত্যু মেজৰ মহম্মদ আনৱাৰ কাকৰৰ

      ভাৰত-পাক যুদ্ধত ধ্বংস হৈছিল পাঁচখন যুদ্ধ বিমান! এই দাবী ড’নাল্ড ট্ৰাম্পৰ
      Top News

      ভাৰত-পাক যুদ্ধত ধ্বংস হৈছিল পাঁচখন যুদ্ধ বিমান! এই দাবী ড’নাল্ড ট্ৰাম্পৰ

      July 19, 2025
      অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ
      Top News

      অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

      July 19, 2025
      ৰাজনীতি ত্যাগ কৰাৰ ঘোষণা আপ বিধায়ক আনমোল গগন মানৰ; অধ্যক্ষলৈ প্ৰেৰণ পদত্যাগ পত্ৰ

      শীৰ্ষ সংবাদ

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

      বিস্ফোৰণত কঁপি উঠিল পাকিস্তানৰ কুৱেটা চহৰ; মৃত্যু মেজৰ মহম্মদ আনৱাৰ কাকৰৰ

      ভাৰত-পাক যুদ্ধত ধ্বংস হৈছিল পাঁচখন যুদ্ধ বিমান! এই দাবী ড’নাল্ড ট্ৰাম্পৰ

      অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

      ৰাজনীতি ত্যাগ কৰাৰ ঘোষণা আপ বিধায়ক আনমোল গগন মানৰ; অধ্যক্ষলৈ প্ৰেৰণ পদত্যাগ পত্ৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist