• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফটকা কাৰখানাত বিস্ফোৰণ, ২ জন লোক নিহতৰ লগতে আহত বহু

Nation NE by Nation NE
August 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ফটকা কাৰখানাত বিস্ফোৰণ, ২ জন লোক নিহতৰ লগতে আহত বহু
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ৩১ আগষ্টৰ পুৱা সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। লক্ষ্ণৌৰ গুডাম্বা থানা এলেকাৰ বেহতা বজাৰ অঞ্চলৰ এটা ঘৰত চলি থকা এটা অবৈধ আতচবাঁজী কাৰখানাত সংঘটিত হয় এক বৃহৎ বিস্ফোৰণ।

এই দুৰ্ঘটনাত ইতিমধ্যে ২ জন লোকৰ প্ৰাণহানি হোৱাৰ খবৰ পোৱা গৈছে আৰু বহু লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণটো ইমানেই জোৰেৰে হৈছিল যে ১ কিলোমিটাৰ দূৰলৈকে ইয়াৰ শব্দ শুনা গৈছিল, যাৰ ফলত চাৰিওফালৰ অঞ্চলত আতংকৰ সৃষ্টি হয়।

এই দুৰ্ঘটনা সন্দৰ্ভত লক্ষ্ণৌৰ ডি এম বিশাক জীয়ে কয় যে,  আৰক্ষীৰ দল, জৰুৰীকালীন সঁহাৰি, এছ ডি আৰ এফৰ দল সেই স্থানত উপস্থিত হৈছে। দুজন লোকৰ মৃত্যু হৈছে আৰু ৫জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। বিস্ফোৰণৰ কাৰণ আৰু অন্যান্য বিষয় জানিবলৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ইয়াত উপস্থিত হৈছে।

ডি এম গৰাকীয়ে জানিবলৈ দিয়া মতে আহত তিনিজনক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়াৰ বিপৰীতে গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে কে জি এম ইউলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু এছডিআৰএফ। যিটো অট্টালিকাত বিস্ফোৰণ সংঘটিত হৈছিল সেই অট্টালিকাটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ইয়াৰ আশে-পাশে থকা অট্টালিকাসমূহো ক্ষতিগ্ৰস্ত হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষীৰ দলে বিস্ফোৰণৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। বিডিডিৰ দল আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে বিস্ফোৰণৰ কাৰণ জানিবলৈ প্ৰমাণ সংগ্ৰহ কৰি আছে।

Tags: BlastbombLucknow

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025