• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

Nation NE by Nation NE
January 30, 2026
in Top News, অসম
0 0
ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ
Share on FacebookShare on TwitterWhatsApp

অসমীয়াত এশাৰী কথা আছে ‘যিয়ে ধেমালি নুবুজে, তেওঁৰ লগত ধেমালি নকৰিবা’। স্বামীয়ে কৰা এক ধেমালিৰ বাবেই এখন সংসাৰত লাগিল আউল। পত্নীয়ে শেষ কৰিলে নিজৰ জীৱন।

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্নৌৰ ইন্দিৰানগৰ থানা এলেকাত ২৮ বছৰীয়া মডেল তন্নু সিঙে আ**ত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালে দাবী কৰা মতে, তেওঁৰ স্বামী ৰাহুল সিঙে ধেমালিতে তেওঁক “বান্দৰী” বুলি অভিহিত কৰিছিল, যাৰ বাবে তেওঁ মনত যথেষ্ট আঘাত পাইছিল। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহ পৰিয়ালক গতাই দিয়ে যদিও বৰ্তমানলৈকে কোনো লিখিত অভিযোগ দাখিল কৰা হোৱা নাই।

এই গোচৰৰ তদন্ত অব্যাহত আছে। আৰক্ষীৰ মতে, তন্নু সিং স্বামী ৰাহুল সিঙৰ সৈতে ইন্দিৰানগৰ ছেক্টৰ ১৪ত বাস কৰিছিল। তন্নু সিং মডেলিং ক্ষেত্ৰখনত সক্ৰিয় আছিল আৰু এই পেছাটোৰ প্ৰতি অতি সংবেদনশীল আছিল। তন্নুৰ ভগ্নী অঞ্জলিয়ে জনোৱা মতে, বুধবাৰে সন্ধিয়া গোটেই পৰিয়ালটোৱে সীতাপুৰৰ এজন আত্মীয়ৰ ঘৰলৈ গৈছিল আৰু উভতি অহাৰ পিছত ঘৰত একেলগে বহি হাঁহি হাঁহি ধেমালি কৰি আছিল।

সেই সময়তে ৰাহুল সিঙে ধেমালিতে তন্নুক “বান্দৰী” বুলি কৈছিল। এই কথাত তন্নুৱে আঘাত পাই খঙত নিজৰ কোঠালৈ যায়। প্ৰায় এঘণ্টামান পিছত যেতিয়া তেওঁলোকে ৰাতিৰ আহাৰ খাবলৈ তন্নুক মাতে, তেতিয়া কোনো সঁহাৰি নাপায়। চিন্তিত হৈ পৰিয়ালৰ লোকে লৰালৰিকৈ কোঠাটোলৈ গৈ তন্নুৰ মৃতদেহটো চিলিং ফেনত দুপাট্টা লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। লগে লগে পৰিয়ালে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত ইন্দিৰানগৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

তদন্তকাৰী বিষয়াগৰাকীয়ে কয় যে প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে পৰিয়ালৰ বিবাদ বা কৌতুকৰ বাবেই আত্মহত্যা কৰা হৈছে। এতিয়ালৈকে পৰিয়ালটোৱে কোনো লিখিত অভিযোগ দাখিল কৰা নাই। যদি কোনো অভিযোগ পোৱা যায় তেন্তে সেই ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ঘটনাত গভীৰভাৱে স্তম্ভিত হৈ পৰিছে তন্নুৰ পৰিয়াল। তেওঁলোকে উল্লেখ কৰিছিল যে তন্নুৱে মডেলিঙৰ প্ৰতি অতি আকৰ্ষিত আছিল।

Tags: husband-wifeJOKELucknow

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

January 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026
দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

শীৰ্ষ সংবাদ

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025